• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেৰি কৰিব নালাগে: নাগা আলোচনা সন্দৰ্ভত দুয়ো পক্ষৰ প্ৰতি এন টি চি

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
September 29, 2019 9:21 pm
Nagaland Gate Naga talks: Nagaland Tribes Council appeals negotiators

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ড ট্ৰাইবছ কাউন্সিলে দেওবাৰে নাগা আলোচনাৰ দুয়ো পক্ষ— ভাৰত চৰকাৰ আৰু দুই নাগা গোটক সোনকালে সমাধানলৈ আহিবলৈ পৰামৰ্শ আগবঢ়াইছে।

আলোচনা প্ৰক্ৰিয়াটোত দেৰি লগাব পৰা পথত সোমাই নপৰি মুক্ত মন আৰু সাহসেৰে ইয়াক সামৰিবলৈ কাউন্সিলে দুয়ো পক্ষক পৰামৰ্শ আগবঢ়াইছে।

Apply Now

বৰ্তমানৰ সময় অতি “গুৰুত্বপূৰ্ণ” বুলি উল্লেখ কৰি কাউন্সিলে কৈছে যে বিবাদমূলক বিষয়বিলাকক সিদ্ধান্তৰ বাটত বাধা হ’বলৈ দিয়া উচিত নহ’ব।

কাউন্সিলে ইয়াৰ বাবে সমাধান-উত্তৰ (post solution) সময়ত অমীমাংসিত সমস্যাসমূহৰ সমাধান কৰাৰ কথা কৈছে।

“উমৈহতীয়া আগ্ৰহৰ যিকোনো বিষয়ৰ সমাধান-উত্তৰ বিচৰাটো নাগাসকলৰ সামূহিক দায়িত্ব হ’ব,” এন টি চিৰ অধ্যক্ষ তনিহ’ য়েপতমি আৰু সাধাৰণ সম্পাদক নৃবেম’ গুলিয়ে জাৰি কৰা বিবৃতিত প্ৰকাশ।

কাউন্সিলৰ মতে, ভাৰত চৰকাৰ আৰু নাগা আলোচনাৰ সমাধান “ৰাজনৈতিক” আৰু ৰাজনৈতিক সমাধানে ভৱিষ্যতে সেই সমস্যাসমূহ কেৱল সমাধান কৰাই নহয়, সামগ্ৰিক ছবিখনৰ ওপৰতো ধনাত্মক প্ৰভাৱ পেলাব।

“যুদ্ধবিৰতি হৈছে ভাৰত চৰকাৰ আৰু নাগা আলোচনাকাৰীৰ মাজত ৰাজনৈতিক বন্দৱস্তৰ আহিলা আৰু চলিত বন্দৱস্তি হৈছে ৰাজনৈতিক সমাধানৰ আহিলা,” কাউন্সিলৰ মত।

কাউন্সিলে মত পোষণ কৰে যে ইমান শ্ৰমৰ পিছত প্ৰক্ৰিয়াটো “অৰ্থহীন অনুশীলন”ত পৰিণত হ’বলৈ দিয়াটো উচিত নহ’ব।

চলিত আলোচনা প্ৰক্ৰিয়াটো কিমান গুৰুত্বপূৰ্ণ সেই কথা উপলব্ধিত বিফল হোৱাৰ পৰিণাম হ’ব “অনুশোচনা”তকৈ বেলেগ আৰু একো নহ’ব, কাউন্সিলে কয়।

নাগা আলোচনাত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ বৰ্তমানৰ ৰাজ্যপাল আৰ এন ৰবি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মাজত নতুন দিল্লীত শুকুৰবাৰে হোৱা বৈঠকত বিষয়টো আলোচিত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

শেহতীয়াকৈ ৰাজ্যপাল ৰবিয়ে নাগালেণ্ডৰ বাবে পৃথক সংবিধান আৰু পতাকাৰ দাবীক কেন্দ্ৰীয় চৰকাৰে নাকচ কৰাৰ কথা সদৰী কৰিছিল।

১৯৯৭ চনৰ পৰা ভাৰত চৰকাৰৰ লগত আলোচনাত থকা এন এচ চি এন (আই এম) নেতা থুইগালেং মুইভাই কেন্দ্ৰৰ স্থিতিৰ বিৰোধিতা কৰি সুকীয়া পতাকা আৰু সংবিধানক নাগা আলোচনাৰ মূল বিষয়ৰূপে অভিহিত কৰিছিল।

তাৰ পিছতেই আলোচনাটোৰ “ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্ট”খনৰ নীতি শীঘ্ৰে কাৰ্য্যকৰী কৰাৰ দাবীত নাগা ষ্টুডেণ্টছ ফেডাৰে’চনে নতুন দিল্লীত সমদল বাহিৰ কৰিছিল।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd