• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডত ৫২ গৰাকী এন এছ চি এন (কে-ওৱাই) বিদ্ৰোহী সদস্যৰ আত্মসমৰ্পন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2020 3:36 pm

1 min read

নাগালেণ্ডত ৫২ গৰাকী এন এছ চি এন (কে-ওৱাই) বিদ্ৰোহী সদস্যৰ আত্মসমৰ্পন
159
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ ফেক জিলাত সুৰক্ষা বাহিনীৰ ওচৰত ৫২ গৰাকী এন এছ চি এন (কে-ওৱাই) সদস্যই আত্মসমৰ্পন কৰে।

শুকুৰবাৰে এই বিদ্ৰোহী সদস্য সকলে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘‘শুকুৰবাৰে ষ্টাৰ্টন লামকাং আৰু তেওঁৰ ৫১ গাৰাকী সদস্যই ২৫ ডিচেম্বৰত আত্মসমৰ্পন কৰে,’’ মণিপুৰৰ সংবাদ মাধ্যমে এইদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰৰ সৈতে চলি থকা শেহতীয়া নাগা শান্তি চুক্তিত একমাত্ৰ এন এছ চি এনে (কে-ওৱাই) চুক্তি স্বাক্ষৰ কৰা নায়।

এন এছ চি এনে (কে-ওৱাই) ২০১৫ চনত কেন্দ্ৰ চৰকাৰৰ সৈতে যুদ্ধবিৰতিৰ চুক্তি ভংগ কৰি পুনৰ শসস্ত্ৰ সংগ্ৰামৰ মাজলৈ উভতি আহিছিল।

২০১৫ চনত যুদ্ধবিৰতি ভংগ কৰাৰ পাছতে বিদ্ৰোহী সংগঠনটোৱে নাগালেণ্ডত ভালেসংখ্যক কাৰ্য্যকলাপ অব্যাহত ৰাখিছে।

শুকুৰবাৰে বৃহৎ সংখ্যক বিদ্ৰোহী সদস্যই নাগালেণ্ডত আত্মসমৰ্পন কৰা কথাটোৱে এন এছ চি এন(কে-ওৱাই)ৰ বাবে এক মোক্ষম আঘাত।

সুৰক্ষা বাহিনীৰ তৰফৰ পৰা পৰৱৰ্তী সময়ত আৰু অধিক বিদ্ৰোহী সদস্যই মূল সুতিলৈ উভতি আহিব বুলি উল্লেখ কৰে।

Recent News

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd