• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধূলিসাৎ ৰাজ্যৰ সন্মান; নাগালেণ্ডৰ হাতত বেয়াকৈ পৰাস্ত অসম ক্ৰিকেট দল

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2019 1:03 pm
Assam-Goa_d

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টত অসমৰ ছিনিয়ৰ দলটোৱে মেঘালয়, পডুচেৰীৰ বিৰুদ্ধে লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ পিছত এইবাৰ ২৩ অনূৰ্ধ্বৰ দলটোৰ হতাশাজনক প্ৰদৰ্শনে চিন্তিত কৰি তুলিছে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীক।

ছিনিয়ৰ দলটোৰ খোজ অনুকৰণ কৰা ২৩ অনূৰ্ধ্বৰ দলটোৱে আপেক্ষিকভাৱে দুৰ্বল নাগালেণ্ডৰ বিৰুদ্ধে বেয়াকৈ মুখঠেকেচা খালে।

Apply Now

সোমবাৰে উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা ২৩ অনূৰ্ধ্বৰ প্ৰতিযোগিতাত নাগালেণ্ডে অসমক ৭ উইকেটত পৰাস্ত কৰে।

মেচখনত শক্তিহীন নাগালেণ্ডৰ বিৰুদ্ধে অসমে প্ৰথমে বেট ধৰি মাত্ৰ ২১৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰত্যুত্তৰত নাগালেণ্ডে মাত্ৰ ৪০.৫ অভাৰতে তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

বেটছমেনৰ দৰে বলাৰৰ প্ৰদৰ্শনো আছিল হতাশাগ্ৰস্ত। মেচৰ কোনো এটা মূহুৰ্ততে নাগালেণ্ডৰ বেটছমেনক প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ’ল অসমৰ বলাৰ।

নাগালেণ্ডৰ হৈ নিখিল গৌতমে ১০৮ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে।

উল্লেখ্য যে, যোৱা বছৰ ভাৰতীয় ক্ৰিকেটত খোজ পেলোৱা তিনিটা দলৰ বিৰুদ্ধে ৭১ বছৰ পূৰ্বেই ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা অসমৰ এই প্ৰদৰ্শন নিশ্চিতভাৱে চিন্তনীয়।

অসমৰ ছিনিয়ৰ দলটোৱে চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টৰ ৭ খন মেচৰ ৬ খনতেই পৰাস্ত হৈ বাহিৰ হোৱাৰ পিছত ২৩ অনূৰ্ধ্বৰ দলটোৰ এই প্ৰদৰ্শনৰ বাবে বহুতো ক্ৰিকেটপ্ৰেমীয়ে অসম ক্ৰিকেট সন্থাক দোষাৰোপ কৰিছে।

ক্ৰিকেটক ভালপোৱা একাংশই এয়া অসম ক্ৰিকেটৰ নিৰ্বাচকৰ ভুলৰ বাবেই সংঘটিত হোৱা বুলি মন্তব্য কৰিছে।

ৰাজ্যৰ চুকে কোণে প্ৰতিভাধাৰী ক্ৰিকেটাৰ থকাৰ পাছতো বছৰ বছৰ ধৰি সেই একেই কেইগৰাকী মুখকে দলত স্থান দি থকাৰ আঁৰত এক বৃহৎ ৰহস্য লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd