DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ উপ মুখ্য মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে দৈয়াং দলং

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2019 8:02 am
bridge
2.7k
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ উপ মুখ্য মন্ত্ৰী ৱাই পাট্টোনে বৃহস্পতিবাৰে দৈয়াং দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে।

৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থিত দৈয়াং দলংখন ওখা জিলাৰ ছুংকি আৰু মুখামি গাঁৱক সংযোগ কৰিছে।

এন পি ডব্লিউ ডি(এন এইচ)ৰ মুখ্য অভিযন্তা কে থেনুই জনোৱা মতে, ২০১৬ চনৰ ২২ জানুৱাৰিত দলংখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল আৰু চলিত বৰ্ষৰ ৩০ এপ্ৰিলত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হয়।

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ আৱণ্টিত ধনেৰে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হয়।

দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰি উপ মুখ্য মন্ত্ৰী গৰাকীয়ে এয়া নাগালেণ্ডৰ জনসাধাৰণৰ বাবে এটা ভাল দিন উল্লেখ কৰি দলংখনে সাধাৰণ জনতাৰ জীৱন ধাৰণৰ মান উন্নত কৰিব বুলি কয়।

তেওঁ দলংখনৰ নিৰ্মাণ কাৰ্য্য যথাসময়ত সম্পূৰ্ণ কৰা বাবে বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্য মন্ত্ৰীক ধন্যাবদ জ্ঞাপন কৰে।

আনহাতে, দলংখন মুকলি কৰি পাট্টোনে স্থানীয় জনসাধাৰণক ইয়াৰ চোৱা-চিতা কৰাৰ বাবে আহ্বান জনায়।

তদুপৰি, জুনহেবোটো জিলাৰ দৈয়াং নদীৰ ওপৰত থকা দলঙৰ নিৰ্মাণ কাৰ্য্যও চলি আছে বুলি উপ মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

Recent News

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd