• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এখন শক্তিশালী নাগালেণ্ড গঢ়াৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান ৰাজ্যপাল আৰ এন ৰবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2019 9:01 pm
R N Ravi

আৰ এন ৰবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে নাগালেণ্ডত শান্তি আৰু সমৃদ্ধিৰ নতুন দিগন্তৰ সূচনা হৈছে বুলি মন্তব্য কৰে।

৭৩ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে নাগালেণ্ডৰ জনসাধাৰণলৈ বুধবাৰে শুভেচ্ছা জ্ঞাপন কৰি ৰবিয়ে কয় ‘‘নাগালেণ্ড আজি ইতিহাসৰ শিখৰত। আমি এনে ঐতিহাসিক ক্ষণৰ সুযোগ হেৰুৱাব নালাগে’’।

Apply Now

ৰাজ্যপালগৰাকীয়ে নাগালেণ্ডৰ জনসাধাৰণক নাগালেণ্ডক ভাৰতৰ ভিতৰত এখন উল্লেখযোগ্য ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

ৰবিয়ে নাগালেণ্ড আৰু অন্য আগশাৰীৰ ৰাজ্যৰ মাজত উন্নয়ণৰ হাৰৰ ব্যাৱধান ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে বুলি কয়।

‘‘আমাৰ ৰাজ্যৰ যোগাযোগ ব্যৱস্থা উত্তৰ-পূবৰ অন্য ৰাজ্যৰ তুলনাত আচৰিত ধৰণে পাছপৰা’’। ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে।

ৰাজ্যৰ ধীৰ গতিৰ উন্নয়ণে নাগালেণ্ডৰ ভবিষ্যতক পিছপেলাই থৈ যাব বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয় যে নাগালেণ্ডৰ মাতৃ, ভগ্নী, কন্যাসকলেও ৰাজ্যখনৰ স্বাস্থ্য ক্ষেত্ৰ, শিক্ষা, নিয়োগৰ সুবিধা আদিৰ উন্নয়ণ আৰু অগ্ৰগতিৰ বাবে সহযোগিতাৰে ওলাই আহিব লাগিব।

দেশৰ অন্য ৰাজ্যৰ তুলনাত নাগালেণ্ডৰ জনতা অধিক পৰিমানে বঞ্চিত হৈ আহিছে যাৰবাবে তেওঁলোকৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া দৰকাৰ বুলিও ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰে।

ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ যুৱ সকলৰ স্বনিয়োজনৰ বাবে ৰাজ্যখনৰ বন্দুক-বাৰুদৰ আতংকময় পৰিবেশ আৰু ভিন্ন কৰ ব্যৱস্থাৰ অন্ত পৰিব লাগিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ৰাজ্যখনৰ যুৱসকলৰ বাবে সহজে উপলব্ধ হোৱা প্ৰযুক্তি ব্যৱস্থাৰ উন্নয়ণ হ’ব লাগিব বুলিও তেওঁ কয়।

ভাৰতে ৭৩ বছৰ ধৰি বিশ্বৰ আটাইতকৈ শক্তিশালী গণতান্ত্ৰিক দেশ হিচাপে ইয়াৰ গণতান্ত্ৰিক মূল্যবোধ আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰক অক্ষুণ্ণ ৰাখি আগুৱাই যাবলৈ সক্ষম হৈছে বুলি ৰবিয়ে কয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd