DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত পৃথক অভিযানত মহিলাকে ধৰি ৯জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2021 11:40 am
WhatsApp Image 2021-12-28 at 11.02.47 AM

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন আৰু জব্দ কৰা ড্ৰাগছ। ফটো সৌজন্য: নগাঁও আৰক্ষীৰ টুইটাৰ

123
VIEWS
Share on FacebookShare on Twitter

ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে নগাঁও আৰক্ষীয়ে চাৰিটা পৃথক অভিযানৰ সময়ত মহিলাকে ধৰি ৯জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।  

ড্ৰাগছ সৰবৰাহকাৰীকেইজনৰ ফটো শ্বেয়াৰ কৰি নগাঁও আৰক্ষীয়ে কয় যে ইয়াৰ এন্টি নাৰ্কোটিক স্কোৱাডে নগাওঁ আৰু ৰূপহীহাট অঞ্চলত এলানি অভিযান চলাইছিল।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে এন্টি নাৰ্কোটিক স্কোৱাডে সৰবৰাহৰ বাবে অনা এক বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰে।

Also Read: ছচিয়েল মিডিয়াত অশ্লীল ছবি-ভিডিঅ’ প’ষ্ট কৰি আইনী জাননীৰ সন্মুখীন মোহময়ী অভিনেত্ৰী

‘’ আমাৰ এন্টি নাৰ্কোটিক স্কোৱাডে নগাঁও আৰু ৰূপহীহাট অঞ্চলৰ চাৰিটা স্থানত অভিযান চলাই ৯জনক গ্ৰেপ্তাৰ কৰিছে। সৰবৰাহৰ বাবে অনা এক বৃহৎ পৰিমানৰ ড্ৰাগছো জব্দ কৰিছে,’’-নগাওঁ আৰক্ষীয়ে টুইটত এইদৰে কয়।

9 arrested in 4 serial operations led by our Anti Narcotics Squad against Drugs in Nagaon and Rupahihat areas. Huge amount of drugs meant for distribution recovered. #SayNoToDrugs #জনহিতজনসেৱাৰ্থে @assampolice @DGPAssamPolice @CMOfficeAssam pic.twitter.com/I02saufkgY

— Nagaon Police (@nagaonpolice) December 27, 2021

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তেওঁলোকৰ ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।    

Recent News

PIL against President and Law minister

সংবিধানৰ প্ৰতি বিশ্বাসৰ অভাৱ দেশৰ উপ-ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় আইন মন্ত্ৰীৰ!

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd