DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ছচিয়েল মিডিয়াত অশ্লীল ছবি-ভিডিঅ’ প’ষ্ট কৰি আইনী জাননীৰ সন্মুখীন মোহময়ী অভিনেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2021 9:05 am
WhatsApp Image 2021-12-28 at 8.19.14 AM

বাংলাদেশী জনপ্ৰিয় অভিনেত্ৰী পৰীমনি।

320
VIEWS
Share on FacebookShare on Twitter

ছচিয়েল মিডিয়াত অশ্লীল ছবি আৰু ভিডিঅ’ আপলোড কৰাৰ অভিযোগত আইনী জাননী লাভ কৰিছে বাংলাদেশৰ জনপ্ৰিয় তথা বিতৰ্কিত মোহময়ী অবিনেত্ৰী পৰীমনিয়ে।

বাতৰি অনুসৰি, সোমবাৰে অভিনেত্ৰীগৰাকীক দেশখনৰ সৰ্বোচ্চ আদালতৰ এগৰাকী অধিবক্তা খণ্ডকাৰ হাছান শ্বাহাৰিয়াৰ আৰু ঢাকা জাজ কোৰ্টৰ অধিবক্তা ইছমাতুল্লা লাকী তালুকদাৰে এই জাননী প্ৰেৰণ কৰিছে।

অভিনেত্ৰী পৰীমনিৰ ঘৰত যোৱা ৪ আগষ্টত বাংলাদেশ আৰক্ষীয়ে অভিযান চলাইছিল। তাৰপাছত তেওঁক ড্ৰাগছ কন্ট্ৰ’ল আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

উক্ত গোচৰত পৰীমনিক প্ৰথমবাৰ চাৰিদিন, দ্বিতীয়বাৰ দুদিন আৰু তৃতীয়বাৰ এদিনকৈ মুঠ সাতদিন জিম্মাত জেৰা কৰা হৈছিল।

Also Read: ৰাজ্যৰ প্ৰথম গৰাকী আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্ত ভায়োলেট বৰুৱা

অভিনেত্ৰীগৰাকীয়ে যোৱা ৩১ আগষ্টত জামিন লাভ কৰিছিল আৰু পহিলা ছেপ্টেম্বৰত জে’লৰ পৰা বাহিৰলৈ ওলাইছিল।

জে’লৰ পৰা ওলোৱাৰ সময়ত পৰীমনিৰ হাতত লিখা আছিল ‘ড’ন্ট লাভ মি বিচ’। তদুপৰি, ১৫ ছেপ্টেম্বৰত শুনানিৰ বাবে আদালতলৈ যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ হাতত অভব্য শব্দ লিখা আছিল।

128cd1158012992ba6b3a196a9dca34f
অভিনেত্ৰী পৰীমনি।

অভিনেত্ৰীগৰাকীয়ে নিজৰ জন্মদিনত কেইবাখনো ছবি তথা ভডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এইবোৰ অশ্লীল বুলি দাবী কৰি অধিবক্তাদ্বয়ে আইনী জাননী জাৰি কৰা হৈছে।

পৰীমনি এগৰাকী প্ৰখ্যাত জনপ্ৰিয় অভিনেত্ৰী। গতিকে তেওঁক দেখি বহুতেই অনুপ্ৰাণিত হয়। সেয়ে এনেধৰণৰ ছবি তথা ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰাটো উচিত নহয় বুলি জাননীখনত কোৱা হৈছে।

Also Read: কাফেলৈ মাতি নি অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰই

অভিনেত্ৰীগৰাকীয়ে ৩০দিনৰ ভিতৰত ছচিয়েল মিডিয়াৰ পৰা এই সকলোবোৰ ছবি তথা ভিডিঅ’ অঁতৰাব লাগিব বুলি জাননীখনত দাবী কৰা হৈছে। অন্যথা তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সন্দৰ্ভত অৱশ্যে অভিনেত্ৰী পৰীমনিয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যোৱা নাই।  

Recent News

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক

নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd