DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কাফেলৈ মাতি নি অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2021 8:55 pm
Rape
206
VIEWS
Share on FacebookShare on Twitter

এখন কাফেত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক উপৰ্যুপৰি ধৰ্ষণ কৰিলে এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰই। এই জঘন্য ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ জবলপুৰ জিলাৰ বিজয়নগৰত।

ঘটনাৰ বিৱৰণীৰ মতে ২০২০ চনত সামাজিক মাধ্যম ফেচবুকৰ সূত্ৰে চিনাকি হৈছিল দুয়ো। ইয়াৰ পিছতে দুয়োৰে মাজত ভাৰ্চুৱেল বন্ধুত্ব গঢ় লৈ উঠে। বন্ধুত্ব গঢ় লৈ উঠাৰ পিছৰে পৰা চুমীৰ বাটে নামৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে নৱম মানৰ ছাত্ৰীগৰাকী লগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

বাৰম্বাৰ অনুৰোধ কৰাৰ পিছত যোৱা ৬ নৱেম্বৰত ছাত্ৰীগৰাকীয়ে এদিন সন্ধিয়া সমীৰ বাটেক সাক্ষাৎ কৰে। সমীৰে ছাত্ৰীগৰাকীক বিজয় নগৰৰ জিৰ’ ডিগ্ৰী ৰোডত থকা এখন কাফেলৈ লৈ যায়। কাফেখনৰ এটা কোঠাতে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে সমীৰে।

জানিব পৰা মতে ইয়াৰ কিছুদিনৰ পিছত পুনৰ একেখন কাফেলৈ নি ছাত্ৰীগৰাকীক ধৰ্ষণ কৰিছিল সমীৰে। ইয়াৰ পিছতে ছাত্ৰীগৰাকীয়ে সাহস গোটাই পৰিয়ালৰ লোকক সমগ্ৰ ঘটনা বিৱৰি কয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অভিযুক্ত ছাত্ৰনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

চিএছপি তুষাৰ সিঙে কয় যে ছোৱালীজনীৰ অভিযোগৰ পিছতে আৰক্ষীয়ে পকচো (POCSO) আইনৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰি অভিযুক্ত সমীৰক গ্ৰেপ্তাৰ কৰে।

Recent News

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd