• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১টাকৈ এনকাউণ্টাৰ, ২৮ কোটি টকাৰ হিৰইন জব্দ, ড্ৰাগছৰ গোচৰত ৫৫৫ জনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ

মিন্টু দাস, নগাঁও by মিন্টু দাস, নগাঁও
December 31, 2021 7:33 am
Nagaon Police
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ ব্যবসায়কে ধৰি বিভিন্ন অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে। নগাঁও আৰক্ষীয়ে এই ধাৰাবাহিক অভিযানৰ সময়ত আশাতীত সফলতা লাভ কৰিবলৈ সক্ষম হয়।

এই অভিযানৰ সময়ত বৃহৎ পৰিমানৰ ড্ৰাগছ ,মাৰানাস্ত্ৰকে ধৰি অপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ইতিমধ্যে ড্ৰাগছ সংক্ৰান্তীয় গোচৰত ৫৫৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই সংক্ৰান্তত ২৫৮ টা গোচৰ ৰুজু হৈছে। ইয়াৰ ভিতৰত ২৩০ টা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে।

Apply Now

আৰক্ষীয়ে এই সময়ছোৱাত প্ৰায় ৪ কিলোগ্ৰাম হেৰইন জব্দ কৰিছে। জব্দকৃত হেৰইনখিনিৰ মূল্য প্ৰায় ২৮ কোটি টকা।

তদুপৰি, ৩৩০ কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে।জব্দ কৰা ব্ৰাউন চুগাৰৰ মূল্য প্ৰায় ৩ কোটি টকা। ২০৪ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে। নগাঁও আৰক্ষীয়ে ৪ লাখ ১৯ হাজাৰ নিচাযুক্ত কেপচুল জব্দ কৰাৰ লগতে ১৪ হাজাৰ ৫৩৭ বটল কফ চিৰাফ জব্দ কৰিছে। ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে ৮লাখ ৬১ হাজাৰ ৬৬১ টকা নগদ ধন জব্দ কৰিছে। ইয়াৰোপৰি ৫৫৬ খন গাড়ী জব্দ কৰিছে।

এই সময়খিনিত আৰক্ষীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কুখ্যাত ড্ৰাগছ মাফিয়া আৰ কে হপকিঞ্চনক গ্ৰেপ্তাৰ কৰিছিল। অসমৰ ভিতৰত নগাঁও জিলাতে প্ৰথমটো এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ গুলীত আহত হৈছিল মনচুৰ আলী নামৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়া।

যোৱা ২৯ মে’ত এই ঘটনা সংঘটিত হৈছিল। এই দুইটা অভিযান নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত হৈছিল। আৰক্ষীয়ে মনচূৰ আলীৰ পৰা পিষ্টল আৰু চাৰি বাকচ হেৰইন জব্দ কৰিছিল।

তদুপৰি, ১১ টা এনকাউন্টাৰৰ ঘটনা বিগত সময়ছোৱাত নগাঁও আৰক্ষীৰ দ্বাৰা সংঘটিত হৈছে।

আনহাতে, নগাঁও আৰক্ষীয়ে এটা বছৰত ১০৭৮ টা চোৰাংভাবে সৰবৰাহ কৰিব বিচৰা গৰু,৭৮ খন গাড়ী জব্দ কৰে। গৰু চোৰাং ব্যৱসায়ৰ লগত জড়িত ১৭৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।এই সম্পৰ্কত ৪৯ টা গোচৰ ৰুজু হৈছে।

একেদৰে নগাঁও আৰক্ষীয়ে ২০২১ বৰ্ষত ১৯ টা আগ্নেয়াস্ত্ৰ (ৰাইফল/পিষ্টল),৬৬ ৰাউণ্ড গুলী জব্দ কৰিছে। অপৰাধজনিত ঘটনাৰ লগত জড়িত ৬০ জন লোকক গ্ৰেপ্তাৰ কৰিছে।ইয়াৰে ৩৮ জন ডকাইতিৰ ঘটনাৰ লগত জড়িত। এই সম্পৰ্কত ৩৬ টা গোচৰ ৰুজু হৈছে।

নগাঁও আৰক্ষীয়ে আজি পৰ্যন্ত যানবাহন আইন নমনা লোকৰ পৰা ১ কোটি ১৫ লাখ ৭৪ হাজাৰ টকা জৰিমনা হিচাপে সংগ্ৰহ কৰিছে। ১৫ খন চুৰি গাড়ী-মটৰচাইকেল উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে ২০২১ বৰ্ষত নগাঁও জিলা আৰক্ষীৰ এলেকাত এটাও গঁড় হত্যা,গঁড় চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই। বৰঞ্চ আৰক্ষীয়ে জনথান ওৰফে থানবয় নামৰ এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰিও নগাঁও আৰক্ষীয়ে ২০২১ বৰ্ষত পইচা বনোৱা মেচিন, নকল টকা, নকল সোণ আদিও জব্দ কৰিবলৈ সক্ষম হৈছিল। নগাঁও আৰক্ষীয়ে ২০২১ বৰ্ষত ১৩৬ টা চুৰি হোৱা মবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছিল।

এই সময়চোৱাৰ ভিতৰত নগাঁও আৰক্ষীয়ে বহু কেইজন মাটিৰ দালাল , ভূ-মাফিয়া , সুদখোৰ ব্যবসায়ী , নাৰী দেহৰ ব্যবসায়ীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও কেবাটাও নাৰী দেহৰ ব্যবসায় ঘাটি উৎখাত কৰাৰ লগতে চোৰাং গৰু সৰবৰাহ , অবৈধ কয়লা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা অৰ্জন কৰিছে ।

মিন্টু দাস, নগাঁও

মিন্টু দাস, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd