• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেট ভৰাই মাংস খুওৱাৰ পিছত প্ৰযোজকক বাচন ধুৱলৈ দিছিল নানা পাটেকাৰে! জানেনে সেই ঘটনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2025 3:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ প্ৰখ্যাত অভিনেতা পৰেশ ৰাৱাল আৰু নানা পাটেকাৰৰ অভিনয় জগতত দীৰ্ঘদিনীয়া বন্ধুত্ব। এই দুয়োগৰাকী অভিনেতাই ‘ৱেলকাম’, ‘ক্ৰান্তি বীৰ’, ‘কামাল ধামাল মালামল’ আদি কেইবাখনো ছবিত একেলগে কাম কৰিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত পৰেশ ৰাৱালে নানাৰ সম্পৰ্কে এক অজ্ঞাত ঘটনা শ্বেয়াৰ কৰে।

পৰেশ ৰাৱালে কয় যে যদি নানাক উপযুক্ত সন্মান দিয়া হয় তেন্তে তেওঁ ১ টকাৰ বাবেও কাম কৰিব। কিন্তু এবাৰ কিবা এটা নকৰাৰ সিদ্ধান্ত ল’লে ১০ কোটি টকা দিলেও তেওঁৰ মন সলনি কৰিব নোৱাৰে। এই প্ৰসংগত পৰেশ ৰাৱালে আৰু কয়, “নানাৰ ক্ষেত্ৰত কাহিনীটো অলপ বেলেগ।”

Apply Now

পৰেশ ৰাৱালে কয়, “এবাৰ নানাই এজন প্ৰযোজকক পাৰিশ্ৰমিক হিচাপে ১ কোটি টকা বিচাৰিছিল। সেই সময়ত ডাঙৰ নায়কসকলেও ইমান বৃহৎ পৰিমাণৰ ধন বিচাৰিবলৈ সাহস কৰা নাছিল। কিন্তু নানাৰ বাবে সেয়া কোনো কথা নাছিল। তেওঁ সেই ১ কোটি টকা বিচাৰিছিল আৰু পাইছিল।”

তাৰ পিছত ৰাৱালে আন এটা ধেমেলীয়া ঘটনা শ্বেয়াৰ কৰিলে। তেওঁ ক’লে, “এবাৰ নানাই তেওঁৰ ঘৰলৈ এজন বিখ্যাত প্ৰযোজকক মাতিছিল। মই সেই প্ৰযোজকৰ নাম নকওঁ। যিয়েই নহওক, নানাই তেওঁক সুধিছিল, ‘আপুনি মাটন খায় নেকি?’ প্ৰযোজকজনে ক’লে, হয় তেওঁ খায়। নানাই তেওঁক মাংস খুৱালে। পেট ভৰাই মাংস খালে প্ৰযোজকে। তাৰপিছত নানাই ক’লে, ” তুমিতে পেট ভৰাই খালা, এতিয়া যোৱা তোমাৰ থালখন ধুই আনা।”

প্ৰযোজকে নিজৰ থালখন ধুই আনিছিল। এইজনেই নানা পাটেকাৰ। এজন সম্পূৰ্ণ বেলেগ মানুহ। সেই মাটিৰ পৰা উঠি অহা এজন মানুহ। এক কোটি টকা লোৱাৰ পিছতো তেওঁ এনেকৈয়ে চলি থাকে।

পৰেশ ৰাৱালে লগতে কয়, “নানাই যেতিয়া ১ কোটি টকা বিচাৰিছিল, তেতিয়া হুলস্থুল লাগি গৈছিল। কিন্তু তেওঁ সেই ধন পাইছিল কাৰণ তেওঁ চৰিত্ৰ অভিনেতা হ’লেও তেওঁৰ কামৰ মূল্য জানিছিল।”

ইপিনে, নানাৰ শেষৰখন ছবি আছিল ‘বনবাস’, যিখন ছবি ২০২৪ চনত মুক্তি লাভ কৰিছিল।পৰিচালক আছিল অনিল শৰ্মা। যদিও ছবিখনে দৰ্শকৰ হৃদয় জয় কৰিছিল, তথাপিও বক্স অফিচত ইমান সফলতা লাভ কৰা নাছিল। অৱশ্যে নানাৰ পৰৱৰ্তী প্ৰকল্প সন্দৰ্ভত এতিয়াও কোনো ঘোষণা হোৱা নাই।

আনহাতে, পৰেশ ৰাৱালে বৰ্তমান একাধিক ছবিত কাম কৰি আছে। তেওঁ পুনৰ অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰিব ‘ভূত বাংলা’ ছবিত, য’ত টাবুৱেও অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁক ‘হেৰা ফেৰী ৩’ ছবিত দেখা যাব আৰু ‘ৱেলকাম টু দ্য জংগল’ ছবিখনতো অভিনয় কৰিছে য’ত অভিনয় কৰিব সঞ্জয় দত্ত, দিশা পাটানি, ৰবীনা টেণ্ডন, আৰ্ছাদ ৱাৰ্চী, সুনিল শ্বেট্টী আদি বহুকেইজনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd