• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্প আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত হ’বলগীয়া গাজা শান্তি সন্মিলনলৈ নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2025 4:36 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজাত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ বিশ্ব সম্প্ৰদায়ে নতুন পদক্ষেপ হাতত লৈছে। সেই লক্ষ্যৰে ইজিপ্তৰ শ্বাৰম এল শ্বেখ চহৰত আয়োজন কৰিবলৈ ওলাইছে ‘গাজা শান্তি সন্মিলন’। এই সন্মিলনৰ যুটীয়া সভাপতি হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিছি।

সূত্ৰ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে এই শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। অৱশ্যে মোদী নিজে এই সন্মিলনত উপস্থিত থাকিব নোৱাৰিব। প্ৰধানমন্ত্ৰীৰ মোদীক প্ৰতিনিধিত্ব কৰিব গৃহ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে। এই খবৰ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিশ্চিত কৰিছে।

Apply Now

এই সন্মিলনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছ, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনকে ধৰি বিশ্বৰ ২০খনতকৈও অধিক দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিব।

এই সন্মিলনৰ মূল লক্ষ্য হৈছে আৰব বিশ্বত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা। বিশ্লেষকসকলৰ মতে ইজৰাইল-হামাছৰ যুদ্ধবিৰতিৰ পাছত শান্তি প্ৰক্ৰিয়াৰ দিশত এয়া এক বৃহৎ পদক্ষেপ। ইতিমধ্যে ইজৰাইলে সৈন্য আংশিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত বহু স্থানচ্যুত পেলেষ্টাইনী পৰিয়াল ধ্বংসস্তুপত পৰিণত হোৱা নিজৰ ঠাইলৈ উভতি যাবলৈ সক্ষম হৈছে।

অৱশ্যে শান্তি প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বানবোৰ সৰু নহয়। শান্তি চুক্তিৰ আনুষ্ঠানিক চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে হামাছে। বিশেষকৈ নিৰস্ত্ৰকৰণ সন্দৰ্ভত ট্ৰাম্পৰ পৰিকল্পনাৰ কেইবাটাও বিধানৰ ওপৰত হামাছৰ আপত্তি আছে। হামাছৰ এজন শীৰ্ষ নেতাই কয় যে গাজাবাসীক স্থানচ্যুত কৰা প্ৰস্তাৱ হাস্যকৰ আৰু অগ্ৰহণযোগ্য।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আকস্মিক আক্ৰমণৰ পাছত ইজৰাইলৰ প্ৰতি আক্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা যুদ্ধৰ প্ৰায় দুবছৰৰ পাছত প্ৰথমবাৰৰ বাবে শান্তিৰ আভাস দিছে। শান্তি চুক্তিৰ প্ৰথম পৰ্যায়ত ইজৰাইলে ২৫০ জন বন্দীক মুকলি কৰি দিবলৈ সন্মত হয়, তাৰ বিনিময়ত হামাছে ৪৭ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়ে।

চুক্তিখন কাৰ্যকৰী কৰিবলৈ বহুজাতিক নিৰাপত্তাৰক্ষী বাহিনী গঠন কৰা হ’ব। আমেৰিকাৰ নেতৃত্বত এই গোটত ইজিপ্ত, কাটাৰ, তুৰস্ক আৰু সংযুক্ত আৰব আমিৰশ্বাহী অন্তৰ্ভুক্ত হ’ব।

কিন্তু বিশ্লেষকসকলৰ মতে গাজাত স্থায়ী শান্তি এতিয়াও অনিশ্চিত। বৰ্তমানেও নিৰস্ত্ৰকৰণ, ৰাজনৈতিক নিয়ন্ত্ৰণ আৰু প্ৰশাসনিক ব্যৱস্থাক লৈ মতানৈক্য অব্যাহত আছে। অৱশ্যে এই সন্মিলনে আৰব বিশ্বৰ ইতিহাসত শান্তিৰ এক নতুন অধ্যায় মুকলি কৰিব পাৰিব বুলি আন্তৰ্জাতিক সমাজে আশা ব্যক্ত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd