DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰম্ভ হৈছে সূৰ্যৰ ২৫সংখ্যক ‘চোলাৰ চাইক’ল’: কি প্ৰভাৱ পৰিব পৃথিৱীত?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 3:11 pm
unnamed
530
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ বিজ্ঞানীসকলে সূৰ্যৰ ২৫সংখ্যক ‘চোলাৰ চাইক’ল’ আৰম্ভ হোৱাৰ কথা জানিবলৈ দিছে।

প্ৰকৃততে চোলাৰ চাইক’লনো কি আৰু পৃথিৱীত ইয়াৰ কেনে প্ৰভাৱ পৰিব পাৰে সেয়া জানিবলৈ সকলোৱে আগ্ৰহী হৈ পৰিছে।

নাছাৰ বিজ্ঞানীসকলে জানিবলৈ দিছে যে সূৰ্যৰ ২৫সংখ্যক চোলাৰ চাইক’ল আৰম্ভ হৈ গৈছে।

অৰ্থাৎ সূৰ্যত এতিয়া শক্তিশালী সৌৰ ধুমুহাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ গতিবিধিত পৰিৱৰ্তন আহিব পাৰে।

যোৱা কেইমাহ ধৰি নিষ্প্ৰভ হৈ আছিল সূৰ্য। ইয়াৰ ৰশ্মিও নিস্তেজ আছিল। কোনো ধৰণৰ সৌৰ ধুমুহা বা আন কোনো পৰিঘটনা লক্ষ্য কৰা হোৱা নাছিল।

কিন্তু অনুমান কৰা হৈছে যে আগন্তুক দিনত সূৰ্যত পৰিৱৰ্তন আহিব পাৰে।

নাছাৰ বিজ্ঞানীয়ে জানিবলৈ দিয়া মতে, বৰ্তমান এটা শ্কতিশালী কৰ’নিয়াল তৰংগ অৰ্থাৎ এটা সৌৰ শিখা দেখা গৈছে। ইয়াৰ লগতে এটা ক’লা দাগো প্ৰত্যক্ষ কৰা গৈছে।

এইটোৱে সূৰ্যই ইয়াৰ নতুন চোলাৰ চাইক’লৰ কাম আৰম্ভ কৰাৰ ইংগিত দিছে।

বিজ্ঞানীসকলৰ মতে, এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। সূৰ্য যেতিয়া নিষ্প্ৰভ হৈ পৰে তেতিয়া কেইবা মাহ বা বছৰ ধৰি এনেকুৱা হৈ থাকে।

ইয়াৰ পূৰ্বে জাৰ্মানীৰ মেক্স প্লাংক ইনষ্টিটিউটে দাবী কৰিছিল যে পৃথিৱীত সূৰ্যই একমাত্ৰ শক্তিৰ উৎস। পিচে, বিগত ৯,০০০ বছৰ ধৰি ই ধাৰাবাহিকভাৱে নিস্তেজ হৈ আহিছে আৰু ইয়াৰ উজ্বলতা পাঁচগুণ হ্ৰাস পাইছে।

বিজ্ঞানীসকলৰ মতে আন নক্ষত্ৰৰ তুলনাত সূৰ্যৰ উজ্বলতা নিষ্প্ৰভ হৈ পৰিছে।

সূৰ্যৰ বৰ্তমান বয়স ৪.৬ বিলিয়ন বছৰ বুলি অনুমান কৰা হয়।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd