DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

মঙল গ্ৰহৰ পৰা ১ টা কুকুৰে ১০ ঘন্টা উশাহ ল’ব পৰাকৈ অক্সিজেন সংগ্ৰহ কৰিলে নাছাৰ যানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2023 8:12 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

মঙল গ্ৰহত অক্সিজেন উৎপাদন কৰি চমক সৃষ্টি কৰিলে নাছাৰ বিজ্ঞানীয়ে। নাছাই মঙল গ্ৰহলৈ প্ৰেৰণ কৰা ৰ’ভাৰ পাৰ্চভাৰেন্স নামৰ যানখনে মঙলৰ বুকুত সৃষ্টি কৰিলে ইতিহাস।

ৰ’ভাৰ পাৰ্চভাৰেন্স নামৰ যানখনৰ সৈতে যোৱা ‘মক্ষি’ নামৰ যন্ত্ৰটো মঙল গ্ৰহৰ বুকুত মুঠ ১২২ গ্ৰাম অক্সিজেন উৎপন্ন কৰি সংগ্ৰহ কৰিছে।

বিজ্ঞানী সকলে জনোৱা মতে, মক্ষিয়ে উৎপাদন কৰা এই অক্সিজেনখিনিয়ে এটা কুকুৰক ১০ ঘন্টা পৰ্যন্ত উশাহ লোৱাত সহায় কৰিব।

উল্লেখ্য যে, ৰ’ভাৰ পাৰ্চভাৰেন্স নামৰ যানখনক নাছাই মঙল গ্ৰহলৈ বুলি ২০১৯ চনতে প্ৰেৰণ কৰিছিলে। দুবছৰৰ পিছত ২০২১ চনত মঙলৰ বক্ষত সফলভাবে অৱতৰণ কৰিছিল এই যানখনে। 

২০২১ চনৰ পৰাই মক্ষি অৰ্থাৎ মাৰ্ছ অক্সিজেন ইন-চিটু ৰেচপন্স ইউটিলাইজেচন এক্সপেৰিমেন্ট নামৰ যন্ত্ৰটোৱে এতিয়ালৈকে মুঠ ১৬ বাৰ অক্সিজেন উৎপাদন কৰিছে।

অদূৰ ভৱিষ্যতে মঙল গ্ৰহলৈ কোনো প্ৰাণী বা মানুহ বা যান প্ৰেৰণ কৰিলে এই অক্সিজেনে সহায় কৰিব বুলি আশা কৰিছে নাছাৰ বিজ্ঞানী সকলে।

Recent News

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

zookeeper killed by lion

দুৰ্ভাগ্য: পিঞ্জৰাত তলা লগাবলৈ পাহৰি সিংহৰ চিকাৰ হ’ল চিৰিয়াখানাৰ সুৰক্ষা কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd