• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইতিহাস সৃষ্টিৰে মঙলত সফলতাৰে অৱতৰণ নাছাৰ মঙলযান পাৰছিভিয়াৰেন্সৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2021 9:19 am

2 min read

nasa-rover
234
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ইতিহাস সৃষ্টিৰে মঙল গ্ৰহত ইয়াৰ মঙলযান পাৰছিভিয়াৰেন্সৰ অৱতৰণ কৰাবলৈ সক্ষম হৈছে।

সকলো বাধা-বিপত্তি অতিক্ৰমি শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি নিশা ২-২৫মিনিটত মঙলত এই মহাকাশযানখন অৱতৰণ কৰে।

ৰেডিঅ’ ছিগনেলে সফলতাৰ কথা নিশ্চিত কৰাৰ লগে লগে নাছাৰ বিজ্ঞানীসকল উৎফুল্লিত হৈ পৰিছে।

নাছাই ইয়াৰ মঙলযান পাৰছিভিয়াৰেন্সৰ সফল অৱতৰণৰ পাছতে এটি টুইট কৰি কয়, Hello, world. My first look at my forever home.

পাৰছিভিয়াৰেন্সৰ যাত্ৰা নাছাৰ বিগত ২০২০চনৰ আটাইতকৈ বৃহৎ অভিযান আছিল। পাৰছিভিয়াৰেন্সত এটা লেণ্ডাৰ ভিছন চিষ্টেম আৰু টেৰেন ৰিলেটিভ নেভিগেশ্যন আছে।

মঙলযানখনত ৰিয়েল টাইম ফটো তুলি ৰখাৰ স্বয়ংক্ৰিয় মেচিন আছে। ইয়াৰ ভিতৰত থকা ছফটৱেৰে ৰোভাৰক পছন্দ অনুসৰি স্থান নিৰ্বাচন কৰি অৱতৰণ কৰাত সহায় কৰে।

ওখোৰা-মোখৰা খহটা পৃষ্ঠ, কৰ’বাত থিয় পাহাৰ আদিৰ মাজতে নাছাৰ এই মঙলযান খন অৱতৰণ কৰিবলগীয়া হৈছে।

Hello, world. My first look at my forever home. #CountdownToMars pic.twitter.com/dkM9jE9I6X

— NASA's Perseverance Mars Rover (@NASAPersevere) February 18, 2021

এই ৰোভাৰ মঙলৰ মাটিত অৱতৰণৰ লগে লগে মঙল গ্ৰহত আটাইতকৈ অধিকবাৰ ৰোভাৰ প্ৰেৰণ কৰা দেশত ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই।

নাছাৰ এই ৰোভাৰে মঙলৰ মাটিত কি কি উপাদান আছে তথা তাত প্ৰাণৰ অস্তিত্ব আছে নে নাই বা পূৰ্বতে আছিল নেকি আদি কথাবোৰৰ সন্ধান চলাব। তদুপৰি, মঙলৰ পৰা মাটি আৰু শিলৰ নমুনাও সংগ্ৰহ কৰিব ৰোভাৰে।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd