• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলত অৱতৰণৰ পাছতে নাছাৰ ৰোভাৰে চলাইছে অনুসন্ধান; প্ৰেৰণ কৰিছে কৌতুহল উদ্ৰেককাৰী ছবি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2021 10:21 am
Mzc2NDkzNA

মঙলৰ মাটি স্পৰ্শ কৰা সময়ত নাছাৰ পাৰ্ছিভেয়াৰেন্স।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ ৰোভাৰে মঙল গ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰি ছবি প্ৰেৰণ কৰা কাম আৰম্ভ কৰি দিছে। মঙলৰ এটা গভীৰ গাঁতৰ ভিতৰত নামি পৰিছে ৰব’ট।

বাতৰি অনুসৰি, ছয়চকীয়া মঙলযানখন অহা দুবছৰ ধৰি গ্ৰহটোত থাকি তাত নমুনা সংগ্ৰহৰ কাম কৰিব। তদুপৰি, মঙলত প্ৰাণৰ সন্ধানো চলাব এই যানে।

Apply Now

নাছাৰ ৰোভাৰখনে পূৰ্বতে মঙলত অনুজীৱৰ অস্তিত্ব সম্বন্ধেও অনুসন্ধান চলাব।

বিজ্ঞানীসকলে ধাৰণা কৰা মতে, কেইবাশ কোটি বছৰ পূৰ্বে মঙলগ্ৰহত এটা বিশাল হ্ৰদ আছিল। সেই হ্ৰদত প্ৰাণীৰ অস্তিত্ব আছিল বুলিও তেওঁলোকে ধাৰণা কৰিছে।

এইবাৰৰ মঙল অভিযানৰ প্ৰধান উদ্দেশ্য হ’ল ৰঙাগ্ৰহটোত প্ৰাণৰ সন্ধান বিচাৰি উলিওৱা। সেইদৰে, ৰোভাৰে ইতিমধ্যে মঙলগ্ৰহৰ ছবি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে।

ৰোভাৰে পঠিওৱা প্ৰথম দুখন ছবিত কেমেৰাৰ লেন্সত ধূলি আৱৰণৰ মাজেৰে পাৰ্ছিভেয়াৰেন্সৰ ৰোভাৰৰ সন্মুখত আৰু পাছফালৰ দিশটো দেখা গৈছে।

_117094230_realwheel
ৰোভাৰে প্ৰেৰণ কৰা মঙলৰ বিৰল ফটো।

নাছাৰ বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে, ৰোভাৰে মঙলগ্ৰহৰ ওপৰত থকা এটা ওলাই অহা দ্বীপৰ দৰে স্থানৰ এটা অংশৰ দুই কিলোমিটাৰ দক্ষিণ-পূবত অৱতৰণ কৰিছে।

বিজ্ঞানীসকলে অনুমান কৰা মতে মঙলগ্ৰহৰ শিলৰ যিকোনো ধৰণৰ অনুজীৱ সংৰক্ষণৰ ক্ষমতা আছে। সেয়েহে, মঙলত পূৰ্বে প্ৰাণৰ অস্তিত্ব থাকিলে সেয়া এই শিলৰ জৰিয়তে ইংগিত পোৱাৰ সম্ভাৱনা আছে।

মঙলত কোটি কোটি বছৰ পূৰ্বে যিটো হ্ৰদ থকা বুলি অনুমান কৰা হৈছে তাত পলসৰ দৰে ছেডিমেন্ট দেখা পোৱা গৈছে। বিজ্ঞানীসকলে মঙলৰ এই অংশটোক লৈ অতি উৎসাহী হৈ পৰিছে। ৰোভাৰৰ জৰিয়তে এই অংশটোৰ সুক্ষ্মভাৱে পৰীক্ষা কৰি চাব বিচাৰে বিজ্ঞানীসকলে।

The moment that my team dreamed of for years, now a reality. Dare mighty things. #CountdownToMars pic.twitter.com/8SgV53S9KG

— NASA's Perseverance Mars Rover (@NASAPersevere) February 19, 2021

বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে মঙলগ্ৰহণ বৰ্তমান পৰিৱেশ বিৰ্তি থকাৰ অনুকূল নহয়। ইয়াৰ জলবায়ু ইমান ঠাণ্ডা যে পানী কোনোৰকমে তৰল অৱস্থাত থাকিব নোৱাৰে। গ্ৰহটোত বায়ুমণ্ডৰ স্তৰো অতি পাতল বুলি কোৱা হৈছে।

নাছাৰ মহাকাশ বিজ্ঞানীসকলে এইবাৰৰ মঙল অভিযানক লৈ বহু আশাবাদী। তেওঁলোকৰ পৰিকল্পনাই সফলতা লাভ কৰিলে মহাকাশত পৃথিৱীবাসীৰ বাবে আৰু নতুন আলোকৰ সন্ধান ঘটিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd