• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাত বছৰৰ মূৰত ভাৰতৰ হৈ টেষ্ট খেলাৰ সুযোগ পালে বাঁওহতীয়া বেগী বলাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2021 8:40 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় দলৰ টেষ্ট ক্ৰিকেটৰ ইতিহাস চালে আমি দেখো যে দলত খুব কম সংখ্যকহে বাঁওহতীয়া বেগী বলাৰে সুযোগ লাভ কৰে।

অৱশ্যে দলত সময়ে সময়ে বাঁওহতীয়া স্পিনাৰ আহিছে যদিও বেগী বলাৰৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ হয়।

Apply Now

ভাৰতীয় টেষ্ট দলত বাওঁহতীয়া বেগী বলাৰ বুলি ক’লে আমি সাধাৰণতে আশীষ নেহৰা, জাহিৰ খান আৰু ইৰফান পাঠানকে জানো।

ইয়াৰ মাজতে দুই এজনে সুযোগ পাইছিল যদিও এই তিনিগৰাকীক বাদ দি আজিলৈ এজনো বাঁওহতীয়া বেগী বলাৰে বিশেষ একো কৰিব পৰা নাই।

কিন্তু ইতিহাস সলনি হ’ল, ব্ৰীছবেন টেষ্টত অন্তিম একাদশত সুযোগ লাভ কৰিছে টি নটৰাজনে। ভাৰতীয় টেষ্ট দলত অভিষেক ঘটা তেওঁ ৩০০ নম্বৰ ক্ৰিকেটাৰ।

আচলতে টি নটৰাজনৰ পূৰ্বে বাঁওহতীয়া বলাৰ হিচাপে ভাৰতৰ হৈ শেষবাৰৰ বাবে টেষ্ট খেলিছিল জাহিৰ খানে।

জাহিৰ খানে ২০১৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ৱেলিংটনত অন্তিমখন টেষ্ট মেচ খেলিছিল।

আশ্চৰ্য্যজনকভাৱে, যোৱা সাত বছৰত আজিলৈকে কোনো এজন বাওঁহতীয়া বেগী বলাৰে ভাৰতীয় দলত খেলাৰ সুযোগ পোৱা নাছিল।

এতিয়া টি নটৰাজনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰীছবেনত চলি থকা টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত খেলাৰ সুযোগ লাভ কৰিছে।

উল্লেখ্য যে, একেটা ভ্ৰমণতে টি-২০, এদিনীয়া আৰু টেষ্ট ক্ৰিকেটত অভিষেক ঘটা টি নটৰাজন হৈছে একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ।

The stuff dreams are made of. A perfect treble for @Natarajan_91 as he is presented with #TeamIndia‘s Test 🧢 No. 300. It can’t get any better! Natu is now an all-format player. #AUSvIND pic.twitter.com/cLYVBMGfFM

— BCCI (@BCCI) January 14, 2021

তেওঁক প্ৰথমে এদিনীয়া শৃংখলাৰ অন্তিম তথা তৃতীয়খন মেচত সুযোগ দিয়া হৈছিল। ইয়াৰ পিছত তেওঁ টি-২০ শৃংখলাৰ তিনিওখন মেচ খেলি ৬টা উইকেট দখল কৰে। আৰু আজি ব্ৰীছবেনত তেওঁৰ টেষ্ট অভিষেক ঘটে।

এতিয়া প্ৰতিভাধৰ বাওঁহতীয়া বলাৰ টি নটৰাজনৰ কেৰিয়াৰ কোন দিশে আগবাঢ়ে সেয়া লক্ষ্যণীয় হ’ব।

ইফালে আজিৰ পৰা আৰম্ভ হোৱা এই মেচখনত নটৰাজনৰ উপৰি অফ স্পিনাৰ ৱাশ্বিংটন সুন্দৰেও কেৰিয়াৰৰ প্ৰথমখন টেষ্ট খেলাৰ সুযোগ লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd