DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 20, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথমবাৰৰ বাবে নাগালেণ্ড বিধানসভাত পৰিবেশন কৰা হ’ল দেশৰ ৰাষ্ট্ৰীয় সংগীত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2021 11:47 am
224
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ড বিধানসভাত প্ৰথমবাৰৰ বাবে দেশৰ ৰাষ্ট্ৰীয় সংগীত গোৱা হয়।

১২ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ সময়ত বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ড পৃথক ৰাজ্য হিচাপে গঠন হোৱাৰ পাছত ১২ ফেব্ৰুৱাৰি, ২০২১ত প্ৰথমবাৰৰ বাবে নাগালেণ্ড বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

ৰাজ্যপাল আৰ এন ৰবিৰ ভাষণৰ আগত আৰু পাছত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

সুৰক্ষা বিশ্লেষক নিতিন এ গোখলে নাগালেণ্ড বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাৰ ভিডিঅ’ টুইটাৰ যোগে শ্বেয়াৰ কৰে।

Pl see the video below. At first glance, perfectly normal scene, right? But you will be amazed, like I was, to know that this was for the first time that the National Anthem was played in the Nagaland Assembly. Just for the record, Nagaland became a State on 1 December 1963 pic.twitter.com/70s6Q20d1N

— Nitin A. Gokhale (@nitingokhale) February 19, 2021

বিধানসভাৰৰ সচিৱ ড০ পি জে এণ্টনীয়ে নাগালেণ্ডৰ বিধানসভাত কি কাৰণত পূৰ্বে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হোৱা নাছিল সেই সম্পৰ্কে নাজানে বুলি উল্লেখ কৰে।

বৰ্তমানৰ বিধানসভাৰ সদস্য সকলে বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা পদক্ষেপক এণ্টনীয়ে আদৰণি জনায়।

নাগালেণ্ডৰ কেবিনেট মন্ত্ৰী তথা নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনাই নাগালেণ্ডৰ বিধানসভাত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনক ঐতিহাসিক আখ্যা দিয়ে।

Recent News

Farmers protest

কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰতিবাদৰত সংযুক্ত কিষাণ মৰ্চাৰ: দাবী চনদ দাখিল

Sisodia

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

Rahul Gandhi

নাৰী নিৰ্যাতন সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে সময় বিচাৰিলে কংগ্ৰেছে: দিল্লী আৰক্ষীৰ পদক্ষেপক গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd