DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত ল’লে জগদীশ মুখীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2021 4:34 pm
Nagaland new Governor
144
VIEWS
Share on FacebookShare on Twitter

প্ৰফেচাৰ জগদীশ মুখীয়ে শুকুৰবাৰে নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। জগদীশ মুখীক নাগালেণ্ড ৰাজভৱনৰ ডক্তৰ ইমকঙ্গলিবা আও কক্ষত শপত বাক্য পাঠ কৰোৱা হয়।

শপত গ্ৰহণ অনুস্থানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ লগতে উপ মুখ্যমন্ত্ৰী পেটন,বিধায়কসকল তথা ৰাজ্যৰ অন্য জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

জগদীশ মুখীয়ে নাগালেণ্ডৰ পূৰ্ব ৰাজ্যপাল আৰ এন ৰবিৰ স্থানত কাৰ্যভাৰ গ্ৰহণ কৰে।

Latest News:১৭ ছেপ্টেম্বৰত  কলা দিৱস পালন কৰিব পাঞ্জাৱ আপ-এ 

আনহাতে, ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰা জগদীশ মুখীক শুভেচ্ছা জনাইছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই। ৰাজ্যবাসীৰ হৈ নতুন ৰাজ্যপালক আদৰণি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, প্ৰফেচাৰ জগদীশ মুখীয়ে বৰ্তমান অসমৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

আনহাতে নাগালেণ্ডৰ পূৰ্বৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি কৰা হৈছে।

এইখিনিতে উল্লেখনীয় যে,নগা শান্তি আলোচনাৰ সময়ত এনএছচিএন(ই.মু.) গোটৰ লগত লগত হোৱা মতভেদৰ বাবে পূৰ্ব ৰাজ্যপাল আৰ এন ৰবিক স্থানান্তৰিত কৰা হৈছে বুলি চৰ্চিত হৈছে।

Recent News

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd