• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৭ ছেপ্টেম্বৰত ‘ক’লা দিৱস’ পালন কৰিব পাঞ্জাৱ আপ-এ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 17, 2021 3:29 pm
Punjab AAP

People attend a Maha Panchayat or grand village council meeting as part of a farmers' protest against farm laws in Muzaffarnagar in the northern state of Uttar Pradesh, India, September 5, 2021. REUTERS/Adnan Abidi

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঞ্জাৱৰ মূখ্য বিৰোধী দল আপ-এ কেন্দ্ৰৰ তিনিখন কৃষি আইন গৃহীত কৰাৰ বৰ্ষপূৰ্তিৰ বাবে ১৭ছেপ্তেম্বৰ দিনটো ‘ক’লা দিৱস’ হিচাপে উৎযাপন কৰিব- এই কথা সদৰী কৰিছে পঞ্জাৱ আপ-ৰ নেতৃত্বই।

আম আদমি দলে কৃষি আন্দোলনৰ বিৰুদ্ধে চলি থকা বিদ্ৰোহত মৃত্যু হোৱা কৃষকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যজুৰি মমবাতি জ্বলাই যাত্ৰা কৰিব।

Apply Now

আপৰ বিধায়ক কুলতাৰ সিঙ সন্ধওয়ানে এক বিবৃত্তি যুগে সদৰী কৰে যে নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰ চৰকাৰৰ “ক’লা কৃষি আইন” গৃহীত কৰা বাবে সমগ্ৰ দেশৰ কৃষকসকল তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

তেওঁ আৰু কয় এই আইন কেইখনৰ বিৰুদ্ধে কেইবামাহো ধৰি কৃষকসকলে বিৰোধ প্ৰদৰ্শন কৰি আহিছে।

উল্লেখযোগ্য যে, ১৭ ছেপ্টেম্বৰ,২০২০ তাৰিখে এই ক’লা কৃষি বিধেয়ক তিনিখন সদনৰ মজিয়াত গৃহীত হয়।
সেয়ে ১৭ছেপ্তেম্বৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰা হ’ব বুলি বিধায়ক গৰাকীয়ে কয়।

উল্লেখযোগ্য যে শিৰোমণি আকালি দলেও ১৭ছেপ্তেম্বৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰে।

ইয়াৰোপৰি সদনত কৃষি আইন কেইখন পুনৰ বিচাৰ কৰিবলৈ দাবি জনাই আকালি দলৰ কৰ্মীয়ে দিল্লীৰ গুৰুদ্বাৰ ৰকাবগঞ্জৰ পৰা দিল্লীৰ সদনলৈ এক সমদল উলিওৱাৰ পৰিকল্পনা কৰিছে।

শিৰোমণি আকালি দলৰ নেতা দলজিৎ সিং সীমা বৃহস্পতি বাৰে কয় যে শুকুৰবাৰে এই সমদলৰ বাবে দিল্লী আৰক্ষীয়ে অনুমতি প্ৰদানৰ পৰা বিৰত আছে।

নেতা গৰাকীয়ে কয় যে শান্তিম্পূৰ্ণ বিৰোধৰ বাবে অনুমতি প্ৰদান নকৰাটো এক অগণতান্ত্ৰিক পদক্ষেপ। তথাপি, নিশ্চিত ভাৱে নিৰ্ধাৰিত দিনত প্ৰতিবাদী কাৰ্যসূচী হ’ব বুলি মন্তব্য আগবঢ়ায়।

বৃহৎ সংখ্যক আকালি দলৰ কৰ্মী পঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মিছিলত অংশগ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হৈছেহি।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd