DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰি পৰিৱেশ আৰু প্ৰকৃতিক পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰক-যাদৱ পায়েং

উত্তম শইকীয়া by উত্তম শইকীয়া
August 17, 2019 2:35 pm
jadav payeng

জীৱন জোৰা সাধান বঁটা গ্ৰহণ কৰাৰ সময়ত যাদৱ পায়েং

1.3k
VIEWS
Share on FacebookShare on Twitter

প্লাষ্টিকৰ বটলৰ পৰা আৰম্ভ কৰি বিভিন্ন আৱৰ্জনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক আৱৰি পেলাইছে।

হোটেল, ধাবা আৰু গেৰেজৰ পৰা ওলোৱা আৱৰ্জনা আৰু তৈল্যজাত সামগ্ৰীৰে প্ৰদুষিত হৈ পৰিছে কাজিৰঙাৰ ডিফলু নদী।

‘‘কাজিৰঙাক এতিয়া আমি পৰিস্কাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাবে গঢ়ি তুলিব লাগিব, আৱৰ্জনাৰ স্থল হিচাপে নহয়’’- আজি কাজিৰঙাত আন্ত:ৰাষ্ট্ৰীয় সংগঠন ‘জাংগল ৰিডমচ’ৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰে এনেদৰে কয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত আয়োজিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘদিন নিষ্ঠাৰে সেৱা আগবঢ়োৱা ধৰণী বৰা, মিন্টু বৰা আৰু মানিক আলীক জাংগল ৰিডমচৰ তৰফৰ পৰা পুৰস্কৃত কৰাৰ উপৰিও অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংক জীৱন জোৰা সাধনা বঁটা আৰু চিংগনাৰক বিশেষ বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানত যাদৱ পায়েংৰ উপৰিও কাজিৰঙাৰ সঞ্চালক পেৰীয়াৰস্বামী শিৱকুমাৰ, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম , কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, কহঁৰাৰ বনাঞ্চলিক বিষয়া চেলিম আহমেদ আৰু জাংগল ৰিডমচৰ হৈ নিৰ্মল্য চক্ৰৱৰ্তীয়ে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানত পদ্মশ্ৰী যাদৱ পায়েঙে নিজৰ ভাষণ প্ৰসংগত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰি পৰিৱেশ আৰু প্ৰকৃতিক পাঠ্যক্ৰমত অন্তৰ্ভূক্তিৰ বাবে পৰামৰ্শ আগবঢ়ায়।

Recent News

6 MONTH OLD BABY GETS TATTOOED!

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd