• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফগানিস্তানৰ বিশ্বকাপৰ যাত্ৰা অন্ত পৰাৰ লগে লগে অৱসৰৰ কথা ঘোষণা কৰিলে নবীন উল হকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2023 2:00 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰৰ বাবে আই চি চি বিশ্বকাপৰ যাত্ৰা অন্ত পৰিছে আফগানিস্তানৰ। ইয়াৰ পূৰ্বে দলটোৰ যুৱ পেচাৰগৰাকীয়ে বিশ্বকাপ শেষ হোৱাৰ পিছত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা পূৰ্বেই জনাইছিল। এইবাৰ তেওঁ সেইটোৱেই কৰিলে। আফগানিস্তানৰ পেচাৰ নবীন উল হকে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পিছত এদিনীয়াৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়া চাইটত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে নবীনে।

সোঁহতীয়া পেচাৰগৰাকীয়ে ঘোষণা কৰিছিল যে তেওঁ বিশ্বকাপৰ পিছত এদিনীয়া খেলৰ পৰা অৱসৰ গ্ৰহণ কৰি নিজৰ কেৰিয়াৰ দীঘলীয়া কৰিব।

নবীন উল হক। ফটোঃ সংগ্ৰহীত।

তেওঁ কৈছিল, ‘মোৰ দেশক প্ৰতিনিধিত্ব কৰাটো এক বিশেষ সন্মান আৰু মই এই বিশ্বকাপৰ শেষত এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিব বিচাৰিছো আৰু মোৰ দেশৰ হৈ টী-২০ ক্ৰিকেটত এই নীলা জাৰ্চি পিন্ধি থাকিম। এইটো সিদ্ধান্ত লোৱাটো সহজ হোৱা নাই যদিও মোৰ খেলৰ কেৰিয়াৰ দীঘলীয়া কৰিবলৈ মই এই কঠিন সিদ্ধান্ত ল’বলগীয়া হৈছে। আফগানিস্তান ক্ৰিকেট ব’ৰ্ড আৰু মোৰ সকলো অনুৰাগীক তেওঁলোকৰ সমৰ্থন আৰু অদম্য মৰমৰ বাবে ধন্যবাদ জনাইছো।’

Apply Now

ইয়াৰ উপৰি নবীনে আফগানিস্তানক প্ৰতিনিধিত্ব কৰি ২৭ খন টী-২০ মেচত ৩৪ টা উইকেট দখল কৰিছে। আই পি এল, এল পি এল, বি বি এল আৰু পি এছ এলত অংশগ্ৰহণ কৰি বিশ্বৰ কেইবাখনো ফ্ৰেঞ্চাইজি লীগতো নিয়মীয়াকৈ খেলিছে।

কোহলিৰ সৈতে নবীন উল হক। ফটোঃ সংগ্ৰহীত।

অন্তিমখন এদিনীয়া মেচত নবীনে ৬.৩ অভাৰত ৫২ ৰান দি কোনো উইকেট ল’ব নোৱাৰিলে। দক্ষিণ আফ্ৰিকাই ৫ উইকেট আৰু ১৫টা বল বাকী থকা অৱস্থাত আফগানিস্তানৰ ২৪৫ ৰানৰ লক্ষ্য অতিক্ৰম কৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছতো আফগানিস্তানে নিশ্চিতভাৱে কিছুমান ডাঙৰ শক্তিৰ বিৰুদ্ধে নিজৰ প্ৰদৰ্শনৰ বাবে বহু গৌৰৱেৰে ঘৰলৈ ৰাওনা হ’ব। আফগানিস্তানে এইখন মনত ৰাখিবলগীয়া বিশ্বকাপ আছিল, প্ৰতিযোগিতাখনত তিনিটাকৈ পূৰ্বৰ বিশ্ব চেম্পিয়নৰ বিৰুদ্ধে জয়লাভকে ধৰি চাৰিটা জয় সাৱ্যস্ত কৰিছিল।

নবীন উল হক। ফটোঃ সংগ্ৰহীত।

আফগানিস্তানে ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকা আৰু নেদাৰলেণ্ডক পৰাস্ত কৰি বিশ্বকাপ ২০২৩ৰ পইণ্ট তালিকাত ষষ্ঠ স্থান দখল কৰাৰ লগতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীতো নিজৰ স্থান সুদৃঢ় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd