• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাহাজ বিকল হৈ ভাৰত মহাসাগৰত উপঙি থাকিল ১০৪ জন ৰোহিংগীয়া প্ৰবজনকাৰী : উদ্ধাৰ কৰিলে সেনাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2022 8:40 pm
153
VIEWS
Share on FacebookShare on Twitter

শ্ৰীলংকাৰ নৌসেনাই ভাৰত মহাসাগৰত ওপঙি থকা ট্ৰলাৰৰ পৰা ১০৪ গৰাকী ৰোহিংগীয়া মহিলা, পুৰুষ আৰু শিশুক উদ্ধাৰ কৰিছে। স্থানীয় সময় অনুসৰি দেওবাৰে নিশা শ্ৰীলংকাৰ উত্তৰ উপকূলৰ পৰা ৰোগিংগীয়া সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় শ্ৰীলংকাৰ নৌ সেনা। শ্ৰীলংকাৰ নৌসেনাৰ মুখপাত্ৰ গায়ন উইক্ৰামছুৰিয়াই এই কথা সদৰী কৰিছে।

উইক্ৰামছুৰিয়াই কয় যে এই উদ্ধাৰ হোৱা ৰোহিংগীয়াসকলক আৰক্ষীৰ হাতত গতাই দিয়া হৈছে। সোধাপোচাৰ  পিছত আদালতত হাজিৰ কৰোওৱা হ’ব নাগৰিক সকলক। লগতে নৌসেনাৰ বিষয়াজনে কয় যে নৌসেনাৰ সদস্যসকলে শ্ৰীলংকাৰ উত্তৰ উপকূলৰ পৰা প্ৰায় ৭ কিলোমিটাৰ (৩.৫ নটিকেল মাইল) দূৰত্বত ট্ৰলাৰখন ওপঙি থকা দেখিছিল।

জানিব পৰা মতে ৰোহিংগীয়াৰ নাগৰিক সকলক কঢ়িয়াই অনা জাহাজ খনৰ ইঞ্জিন ভাঙি গৈছিল। প্ৰাথমিক তদন্ত অনুসৰি ম্যানমাৰৰ আৰাকান উপকূলৰ পৰা ইণ্ডোনেছিয়ালৈ যাত্ৰা কৰিছিল ৰহিংগীয়াসকলে। নৌসেনাৰ বিবৃতি অনুসৰি ট্ৰলাৰৰ ইঞ্জিন বিকল হোৱাৰ পিছতে সাগৰত ওপঙি আছিল ৰহিংগীয়াসকল।

উপঙি থকা ট্ৰলাৰখনত ৩৯ গৰাকী মহিলা, ২৩ গৰাকী শিশু আৰু ৮০ গৰাকী বয়সস্থ লোক আছিল। সাগৰৰ বুকুত সকলো অসুস্থ হৈ পৰিছিল। উদ্ধাৰৰ পিছত এই ৰোহিংগীয়াসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দিছে শ্ৰীলংকাৰ নৌসেনাৰ বিষয়াই।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd