• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

আকৌ জেললৈ যাব নেকি কমেডিয়ান ভাৰতী সিং : নাৰ্কটিক্স কন্ট্ৰল ব্যুৰোৰ দুশ পৃষ্ঠাৰ অভিযোগ

পুনৰ বিপদত টেলিভিছন জগতৰ জনপ্ৰিয় কমেডিয়ান দম্পতী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচীয়া । ড্ৰাগছ ৰেকেটৰ সন্দেহত নাৰ্কটিকছ কন্ট্ৰল ব্যুৰোৰ দুশ পৃষ্ঠাৰ অভিযোগনামা এইহাল দম্পত্তিৰ বিৰুদ্ধে

by
October 29, 2022 8:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ মনোৰঞ্জন জগতত পুনৰ চৰ্চালৈ আহিছে ড্ৰাগছ কেলেংকাৰী। পুনৰ বিপদত টেলিভিছন জগতৰ জনপ্ৰিয় কমেডিয়ান দম্পতী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচীয়া । ড্ৰাগছ ৰেকেটৰ সন্দেহত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ দুশ পৃষ্ঠাৰ অভিযোগনামা এইহাল দম্পত্তিৰ বিৰুদ্ধে।

ড্ৰাগছৰ গোচৰত পূৰ্বেও কাৰাগাৰৰ আলহী হ’বলগা হৈছিল ভাৰতী সিং আৰু হৰ্ষ। ২০২০ চনত এই গোচৰৰ সৈতে জড়িত আছিল তেওঁলোক। অৱশ্যে জামিনত কাৰাগাৰৰ পৰা বাহিৰ হৈছিল হৰ্ষ-ভাৰতী। এনচিবি (নাৰ্কটিকছ কন্ট্ৰল ব্যুৰো) য়ে তেওঁলোকৰ ঘৰত তালাচী চলাই উদ্ধাৰ কৰিছিল ৮৬.৫ গ্ৰাম গাঞ্জা। দীঘলীয়া জেৰাৰ সন্মুখত দম্পতীহালে স্বীকাৰ কৰিছিল যে তেওঁলোকে ড্ৰাগছ সেৱন কৰে।

Apply Now

শেহতীয়া খবৰ অনুসৰি এই গোচৰত এনচিবিয়ে দুশ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল কৰিছে। এই চাৰ্জ শ্বীটত কি কি তথ্য উল্লেখ আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু ড্ৰাগছৰ গোচৰটোত পুনৰ ভাৰতী আৰু হৰ্ষ যে বেয়াকৈ জড়িত হ’বলৈ গৈ আছে সেয়া স্পষ্ট। দম্পতীহালৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

২০২০ চনত বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত এনচিবি নামি পৰিছিল বলিউডৰ ড্ৰাগছ ৰেকেটৰ বিৰুদ্ধে। এই তদন্ত অনুসৰি গোচৰ ৰুজো হৈছিল কেইবাজনো বলিউডী তাৰকাৰ বিৰুদ্ধে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd