DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম লিংগৰ বিবাহক বৈধতা প্ৰদানৰ বাবে লোকসভাত বিধেয়ক উত্থাপন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 2, 2022 12:30 pm
সম লিংগৰ বিবাহক বৈধতা প্ৰদানৰ বাবে লোকসভাত বিধেয়ক উত্থাপন
198
VIEWS
Share on FacebookShare on Twitter

দেশত সম লিংগৰ বিবাহক বৈধতা প্ৰদান কৰাৰ এখন বিধেয়ক ৰাজ্যসভাৰ মজিয়াত দাখিল কৰে লোকসভাৰ সাংসদ সুপ্ৰিয়া চুলেই ।

এন চি পিৰ সাংসদগৰাকীয়ে সমকামী বিবাহক বৈধতা প্ৰদান কৰিলে এনে বিবাহ বিচাৰি থকা লোকসকল উপকৃত হ’ব বুলি মন্তব্য কৰে।

উল্লেখ্য সম লিংগৰ বিবাহক সমৰ্থন কৰাসকলে এনে বিবাহক বৈধতা প্ৰদান কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে।
সাংসদগৰাকীয়ে বিশেষ বিবাহ আইনৰ সংশোধন বিচাৰি বিধেয়কখন উত্থাপন কৰে।

চুলেই কয় যে এই আইনখনক বিশেষ বিবাহ (সংশোধনী) আইন, ২০২২ বুলি কোৱা হ’ব পাৰে ।

বিশেষ বিবাহ (সংশোধনী) বিধেয়ক, ২০২২ সম্পৰ্কে মত পোষণ কৰি চুলেই কয় যে এই বিধেয়কে এনে বিবাহ সম্পন্ন কৰিবলৈ আৰু দুয়োটা পক্ষ পুৰুষ হ’লে ২১ বছৰ আৰু দুয়োগৰাকী মহিলা হ’লে ১৮ বছৰ বয়স হ’ব লাগিব।

বিশেষ বিবাহ আইন, ১৯৫৪ ৰ সংশোধন কৰাৰ প্ৰস্তাৱো এই নতুন বিধেয়ক খনত দিয়া হৈছে।

বিধেয়কখনে সংবিধানৰ অনুচ্ছেদ ১৪ আৰু অনুচ্ছেদ ২১ এনুসৰি সকলো ক্ষেত্ৰতে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি চুলেই মন্তব্য কৰে।

ইয়াৰ পূৰ্বে কেন্দ্ৰই দিল্লী উচ্চ ন্যায়ালয়ক কৈছিল যে একে লিংগৰ দুজন ব্যক্তিৰ মাজত বিবাহ স্বীকৃত বা গ্ৰহণযোগ্য নহয়।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd