DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত দুৰ্ধৰ্ষ এন ডি এফ বি(এচ)ৰ কেডাৰ গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2019 7:20 pm
NDFB Cadre

কোকৰাঝাৰত গ্ৰেপ্তাৰ হোৱা এন ডি এফ বি কেডাৰগৰাকী

4.8k
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ পাটগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ভূৰগাজা অঞ্চলত মঙলবাৰে নিশা সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই এন ডি এফ বি (সংবিজিত)ৰ মিলন বসুমতাৰী নামৰ এগৰাকী দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী সদস্য গৰাকীৰ ঘৰ কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ৩ নং ভূৰাগাজাত।

উল্লেখযোগ্য যে, বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত মঙলবাৰে নিশা ভাৰতীয় সেনাৰ ১২ নং শিখলাই ৰেজিমেণ্ট আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আৰু উগ্ৰপন্থী দলটোৰ সদস্যগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ হোৱা সদস্যগৰাকীৰ পৰা পাঁচজাই সজীৱ গুলী, বিশেষ সা-সামগ্ৰী আৰু বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰা হয়।

আনহাতে, স্বাধীনতা দিৱসৰ পূৰ্বে কোকৰাঝাৰৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তত এন ডি এফ বি সদস্যৰ কূটাঘাত ৰোধ কৰাৰ বাবে অসম আৰক্ষী সষ্টম হৈ উঠিছে।

বৰ্তমান আটকাধীন এন ডি এফ বি সদস্যগৰাকীক আৰক্ষীৰ জিম্মাত তদন্তৰ বাবে ৰখা হৈছে। আৰক্ষীৰ তদন্তত অঞ্চলটোত উগ্ৰপন্থী সংগঠনটোৰ তৎপৰতাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd