• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2021 5:16 pm

1 min read

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন
7.6k
VIEWS
Share on FacebookShare on Twitter

অহা ৫ ফেব্ৰুৱাৰিৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলটো আজি ঘোষণা কৰা হৈছে।

চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ প্ৰথম দুখন মেচৰ বাবেহে ঘোষণা কৰিছে ভাৰতীয় দলটো।

লক্ষ্যণীয় কথাটো হ’ল আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশ ল’ব নোৱাৰা অনুভৱী বেগী বলাৰ ঈশান্ত শৰ্মাক ইংলেণ্ডৰ বিৰুদ্ধে ১৮ জনীয়া ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে।

চেতন শৰ্মাৰ অধ্যক্ষতাত নৱনিযুক্ত নিৰ্বাচক সমিতিয়ে ঘোষণা কৰা দলটোত ঈশান্ত শৰ্মাৰ উপৰি যশপ্ৰীত বুমৰাহ আৰু ৰবিচন্দ্ৰন আশ্বিনকো দলত স্থান দিয়া হৈছে।

এই দুয়োজন বলাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টত আঘাত পাইছিল।

ভাৰতীয় দলে চেন্নাইত ইংলেণ্ডৰ বিৰুদ্ধে অহা ৫ ফেব্ৰুৱাৰিৰ পৰা ৯ ফেব্ৰুৱাৰিলৈকে প্ৰথমখন টেষ্ট আৰু ১৩ৰ পৰা ১৭ ফেব্ৰুৱাৰিলৈকে দ্বিতীয়খন টেষ্টত অংশ ল’ব।

উল্লেখ্য যে বৰ্তমান ইংলেণ্ড দলটো শ্ৰীলংকা ভ্ৰমণত আছে আৰু তেওঁলোকে ২৭ জানুৱাৰিত চেন্নাইলৈ ৰাওনা হ’ব।

ভাৰতীয় দলটো

বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, শুভমন গীল, মায়ংক আগ্ৰৱাল, চেতেশ্বৰ পূজাৰা, আজিংক ৰাহানে, ঋষভ পণ্ট, ৰিদ্ধিমান সাহা(উইকেটকীপাৰ), আৰ আশ্বিন, হাৰ্দিক পাণ্ডিয়া, লোকেশ ৰাহুল, জশপ্ৰীত বুমৰাহ, ঈশান্ত শৰ্মা, মহম্মদ ছিৰাজ, চাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেল।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd