• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাম নিদিব এন্টিবায়টিকে, ‘অদমনীয়’ বীজাণুৰ সংক্ৰমণত বিশ্বজুৰি মৃত্যু হ’ব ৪ কোটি মানুহৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2024 2:25 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন্টিবায়টিকৰ উদ্ভাৱন চিকিৎসা বিজ্ঞানৰ অন্যতম যুগান্তকাৰী আৱিষ্কাৰ। কিন্তু শাকেপাতে সেই ঔষধ খোৱাই কাল হবলৈ আগবাঢ়িছে। দীৰ্ঘদিন ধৰি চিকিৎসসকলে এন্টিবায়টিক সেৱনৰ বিষয়ে সতৰ্কবাণী কৰি আহিছে যদিও কোনেও গুৰুত্ব দিয়া নাই। ইয়াৰ ফলত এক শ্ৰেণীৰ বীজাণু ক্ৰমান্বয়ে ‘অপ্ৰতিৰোধী’ হৈ পৰিছে। যাৰ বাবে এন্টিবায়টিক প্ৰতিৰোধী সংক্ৰমণ বৃদ্ধি পাইছে। গৱেষকসকলে দাবী কৰিছে যে ২০৫০ চনৰ ভিতৰত এন্টিবায়টিক প্ৰতিৰোধী সংক্ৰমণৰ বাবেই ৪ কোটি লোকৰ মৃত্যু হ’ব।

কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এপিডোমিওলজিষ্ট জোচেফ লিঅ’নাৰ্ডে কয় যে আমি নিজকে আনি ক’ত থিয় কৰাইছো সেয়া বুজিব লাগিব। ‘দ্য লেন্সেট’ত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ১৯৯০ চনৰ পৰা ২০২১ চনৰ ভিতৰত ইয়াৰ বাবে প্ৰতি বছৰে ১০ লাখ লোকৰ মৃত্যু হৈছিল। ভৱিষ্যতে এই হাৰ বৃদ্ধি পাব। আৰু ২০২৫ চনৰ পৰা ২০৫০ চনৰ ভিতৰত ইয়াৰ ফলত ২০৪খন দেশত বছৰি ২০ লাখ লোকৰ মৃত্যু হ’ব। মুঠতে এই সংখ্যা হ’ব ৩ কোটি ৯০ লাখতকৈও অধিক।

লগতে পঢ়কঃ শিৱসাগৰৰ কোঁৱৰপুৰত লোমহৰ্ষক হত্যাকাণ্ড; শোৱাপাটীতে পুত্ৰক ঘপিয়াই হত্যা কৰিলে পিতৃয়ে

Apply Now

উল্লেখ্য যে এন্টিবায়টিক মূলতঃ বেক্টেৰিয়াজনিত ৰোগৰ বিৰুদ্ধে ফলপ্ৰসূ। আৰু তাৰ বাবেই ইহঁতে শৰীৰৰ বাবে উপকাৰী বেক্টেৰিয়াও ধ্বংস কৰে। তদুপৰি ইয়াৰ বিভিন্ন পাৰ্শ্বক্ৰিয়াও আছে। কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ বিপদ হৈছে এন্টিবায়টিক প্ৰতিৰোধী সংক্ৰমণ বৃদ্ধি।

গৱেষকসকলৰ মতে, পাঁচ বছৰৰ তলৰ লোকৰ মাজত যোৱা তিনিটা দশকত ই ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। ৭০ বছৰৰ ওপৰৰ লোকৰ বাবে বৃদ্ধিৰ হাৰ ৮০ শতাংশ। এই পৰিসংখ্যাই দেখুৱায় যে পৰিস্থিতি কি পৰ্যায়ত উপনীত হৈছে।

লগতে পঢ়কঃ যুদ্ধক্ষেত্ৰত অশান্ত প্ৰহৰ! ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুঁজ দিয়া প্ৰতাৰিত ভাৰতীয়ৰ কাহিনী

এনে পৰিস্থিতিত গৱেষকসকলে সকীয়াই দিছে। নতুন প্ৰতিবেদন অনুসৰি ইয়াত পোৱা তথ্যই ভৱিষ্যতে ঔষধ প্ৰস্তুত আৰু নতুন ভেকচিন প্ৰস্তুত কৰাত সতৰ্ক হ’ব লাগিব। ইয়াৰ বাবে বিশ্বব্যাপী বিনিয়োগ আৰু কম আয়ৰ দেশসমূহৰ সৈতে নিয়মীয়া আলোচনাৰ প্ৰয়োজন। তেতিয়া হয়তো পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd