• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কামৰ আশাত বন্দী  ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা দোষমুক্ত হোৱা আনছাৰীঃ পালেগৈ আদালতৰ মজিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2025 9:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত দোষী সাব্যস্ত হোৱা ফাহিম আৰ্ছাদ মহম্মদ ইউছুফ আনছাৰী নিজৰ পৰিয়াল পোহপাল দিবলৈ, কাম কৰাৰ অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে কাষ চাপিছে বম্বে উচ্চ ন্যায়ালয়ৰ।

অটো চলাই পৰিয়ালটো পোহপাল দিব বিচাৰে আনছাৰীয়ে কিন্তু উগ্ৰপন্থীৰ সৈতে সম্পৰ্কৰ থকাৰ সন্দেহত আৰক্ষীয়ে তেওঁক ব্যৱসায়িকভাৱে অটো চলাবলৈ আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁ আৰক্ষীৰ যুক্তি ন্যায়সংগত নহয় বুলি দাবী কৰিছে।

Apply Now

আনছাৰী গোচৰটো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰেৱতী মোহিত ডেৰে আৰু ন্যায়াধীশ নীলা গোখলেৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও সূত্ৰ অনুসৰি সংমণ্ডল বিচাৰপীঠে গোচৰৰ পৰা আঁতৰি গৈছে। এতিয়া ন্যায়াধীশ সাৰং কোতৱালৰ বিচাৰপীঠে ১৮ মাৰ্চত আনছাৰীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব।

উল্লেখ যোগ্য যে ২০০৮ চনৰ ডিচেম্বৰ মাহত ২৬/১১ মুম্বাই আক্ৰমণৰ গোচৰৰ সৈতে জড়িত আনছাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে আনছাৰীক উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সুকীয়া গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। আদালতে মুম্বাইৰ মানচিত্ৰ যোগান ধৰি আক্ৰমণৰ মাষ্টাৰমাইণ্ডসকলক সহায় কৰাৰ অভিযোগৰ কোনো ভিত্তি নথকাত ২০১০ চনৰ মে’ মাহত মুম্বাই আক্ৰমণৰ গোচৰত তেওঁক আদালতে দোষমুক্ত কৰিছিল।

২০১২ চনত উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই যেতিয়া চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল, তেতিয়া চৰকাৰৰ আবেদন  শীৰ্ষ ন্যায়ালয়ে খাৰিজ কৰিছিল। অৱশ্যে উত্তৰ প্ৰদেশৰ গোচৰত দোষী সাব্যস্ত হয় আনছাৰী।  ২০১৯ চনত ১০ বছৰৰ কাৰাদণ্ড ভুগি কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ প্ৰথমে ছপাশালত কাম কৰিছিল। কম দৰমহাত পৰিয়াল পোহপাল দিবলৈ অসুবিধা হোৱাত পিছলৈ আনছাৰীয়ে অটো চলাবলৈ সিদ্ধান্ত লয়।  

জানিব পৰা মতে বিগত বছৰৰ জানুৱাৰীত আনছাৰীয়ে তিনিচকীয়া বাহন চলোৱাৰ অনুজ্ঞাপত্ৰও লাভ কৰিছিল। অৱশ্যে ব্যৱসায়িকভাৱে অটো চলাবলৈ বাধ্যতামূলক আৰক্ষীৰ ক্লিয়াৰেন্স পোৱাত সমস্যাৰ সন্মুখীন হয়।  বিগত বছৰৰ মে’ মাহত তেওঁ ক্লিয়াৰেন্সৰ বাবে আবেদন কৰিছিল। কিন্তু আবেদন নাকচ কৰা হয়। এতিয়া তথ্যৰ অধিকাৰ আইনৰ অধীনত কাৰণ জানিব বিচাৰিছিল আনছাৰীয়ে। আৰ টি আই তথ্য অনুসৰি লস্কৰ-ই-তৈবাৰ সদস্য হোৱাৰ অভিযোগত তেওঁৰ আবেদন নাকচ কৰা হৈছে বুলি জ্ঞাত হয়। আনছাৰীয়ে  এই অভিযোগ ভিত্তিহীন বুলি  দাবী কৰিছে। সেয়েহে আৰক্ষীৰ ক্লিয়াৰেন্স লাভ কৰাৰ উদ্দেশ্যে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আনছাৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd