• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ হাতত জেভলিন লৈ যুঁজাৰু ৰূপত নীৰজ চোপ্ৰা! ‘ব্লেক পেন্থাৰ’ৰ দেশ ‘ৱাকাণ্ডা’ ৰক্ষাৰ্থে নামিল যুঁজত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2022 9:17 pm
Neeraj Chopra in Black Panther
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতত জেভলিন লৈ স্বদেশৰ সন্মান বৃদ্ধিৰ বাবে দূৰত্ব ভেদৰ যুঁজত নমা অলিম্পিক স্বৰ্ণ জয়ী তাৰকা এথলীট নীৰজ চোপ্ৰাক আপোনালোকে দেখিছে। কিন্তু সেই জেভলিন হাতত লৈ যুঁজাৰু বেশত অন্য এখন দেশৰ সুৰক্ষাৰ বাবে যুঁজত অৱতীৰ্ণ হোৱা নীৰজ চোপ্ৰাক কেতিয়াবা দেখা পাইছে নেকি?

আচৰিত যেন লাগিলেও এয়াই সত্য। এইবাৰ যুঁজাৰুৰ ৰূপত সকলোৰে সমুখত দেখা দিছে শতকোটি ভাৰতীয়ৰ নয়নৰ মণি নীৰজ চোপ্ৰাই। তাকো নিজ দেশ ভাৰতৰ বাবে নহয়, বিশ্ববিখ্যাত গেৰিলা যুঁজাৰু চৰিত্ৰ ‘ব্লেক পেন্থাৰ’ৰ দেশ ‘ৱাকাণ্ডা’ৰ হৈ যুঁজত নামিছে নীৰজ।

Apply Now

দৰাচলতে হলীউডৰ জনপ্ৰিয় চুপাৰহিৰ’ চলচ্চিত্ৰৰ নিৰ্মাণকাৰী মাৰ্ভেল ষ্টুডিঅ’ই আজি ভাৰতৰ তাৰকা এথলীট গৰাকীয়ে অভিনয় কৰা এটা প্ৰচাৰমূলক ভিডিঅ’ মাৰ্ভেলৰ নিজা সামাজিক মাধ্যমৰ হেণ্ডেলত মুকলি কৰিছে।

এই ভিডিঅ’টোত গাঢ় এথলেটিক পোছাক পিন্ধা চোপ্ৰাক জেভলিন নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে। চোপ্ৰাৰ হাতৰ পৰা জেভলিন ওলাই যোৱাৰ পিছতে মাৰ্ভেলৰ আহিবলগীয়া চলচ্চিত্ৰ ‘ব্লেক পেন্থাৰ: ৱাকান্দা ফৰেভাৰ’ৰ দৃশ্যাংশ দেখুওৱা হয়।

চলচিত্ৰখনৰ এই বিশেষ প্ৰচাৰমূলক ভিডিঅ’টোৰ প্ৰসঙ্গত নীৰজ চোপ্ৰাই এক সাক্ষাৎকাৰত কয়, “ব্লেক পেন্থাৰ হৈছে এগৰাকী কিংবদন্তী যোদ্ধা, এগৰাকী নায়ক যি তেওঁৰ দেশ আৰু দেশৰ লোকসকলৰ বাবে যুঁজিবলৈ সৰ্বদা প্ৰস্তুত।”

ঠিক সেইদৰে এগৰাকী খেলুৱৈ হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰাটো তেওঁৰ বাবেও আটাইতকৈ ডাঙৰ সুযোগ আৰু নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্নেৰে শেষলৈকে যুঁজ দিবলৈ প্ৰস্তুত বুলি চোপ্ৰাই লগতে মন্তব্য কৰে।

তেওঁ লগতে ব্লেক পেন্থাৰৰ অংশ হ’বলৈ পাই আনন্দিত বুলি উল্লেখ কৰি ব্লেক পেন্থাৰৰ দৰেই নিজেও সমগ্ৰ বিশ্বৰ লোকসকলক সপোন পূৰণৰ বাবে অনুপ্ৰাণিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে।

লগতে মাৰ্ভেলৰ এগৰাকী অনুৰাগী হিচাপে আহিবলগীয়া এই চিনেমাখন চাবলৈ আৰু ৱাকাণ্ডাৰ নতুন যাত্ৰা উপভোগ কৰিবলৈ তেওঁ উৎকণ্ঠিত হৈ আছে বুলি চোপ্ৰাই মন্তব্য কৰে।

উল্লেখ্য যে, বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰা মাৰ্ভেলৰ এক অন্যতম প্ৰধান চুপাৰহিৰ’ চৰিত্ৰ হৈছে ‘ব্লেক পেন্থাৰ’। এই মুখ্য চৰিত্ৰটোত ইমানদিনে অভিনয় কৰি অহা জনপ্ৰিয় অভিনেতা চাদউইক আৰন ব’ছমেনৰ ২০২০ বৰ্ষত মৃত্যু হৈছে।

ব’ছমেন অবিহনে ব্লেক পেন্থাৰৰ কাহিনী আৰু চৰিত্ৰই কেনে গতি লয়, সেয়া চোৱাৰ বাবে যথেষ্ট উৎকণ্ঠাৰে বাট চাইছে মাৰ্ভেল প্ৰেমীসকলে। চলচ্চিত্ৰখনে অহা ১১ নৱেম্বৰত মুক্তি লাভ কৰিব বুলি ইতিপূৰ্বে মাৰ্ভেল ষ্টুডিঅ’ই ঘোষণা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd