• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নেমকেয়াৰ চিকিৎসালয় কেবিনত জুবিনৰ বাবে বিশেষ ষ্টুডিঅ’

দ্বীপজ্যোতি শর্মা দ্বীপজ্যোতি শর্মা
, March 4, 2020 8:19 pm

1 min read

Jubin Garg
2.2k
VIEWS
Share on FacebookShare on Twitter

আই চি ইউৰ পৰা মংগলবাৰে কেবিনলৈ অনা হয় জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক।

শুক্ৰবাৰে সন্ধিয়াৰ পৰা নেমকেয়াৰ হাস্পতালৰ আই চি ইউ চিকিৎসাধীন হৈ থকা শিল্পী গৰাকীক ক্ৰমাৎ সুস্থ হোৱাত মংগলবাৰে আই চি ইউ পৰা কেবিন লৈ অনা কথা জানিবলৈ দিয়ে চিকিৎসালয়খনৰ কতিপক্ষই।

উল্লেখ্য যে বন্ধ কক্ষত আৱদ্ধ হৈ থাকি অস্বস্তি অনুভৱ কৰিছে জুবিনে। সেয়ে তাৰ বাবে চিকিৎসালয় কেবিনতে ষ্টুডিঅ কৰা হৈছে৷ যাতে মনটো ভাল কামত ব্যস্ত হৈ থাকিব পাৰে৷

‘আৰু প্ৰায় এসপ্তাহৰ বাবে থাকক জুবিন৷ যদি এসপ্তাহ থাকে তেতিয়া সলনি হ’ব পাৰে জুবিনৰ জীৱনপঞ্জী৷’ এই কথা জানিবলৈ দিছে নেমকেয়াৰ পৰিচালক সঞ্চালক ডাঃ হিতেশ বৰুৱাই।

লগতে পৰিচালন সঞ্চালক বৰুৱাই কয় ‘জুবিনৰ সৃষ্টিশীল মনোভাৱ এদিন বা দুদিনৰ বাবে নহয় ই চিৰযুগমীয়া হওক৷ আমি বিচাৰিছো জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ হৈ থাকক৷’

Recent News

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd