• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্ষণৰ গোচৰত দোষী সাৱ্যস্ত তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিচানেক ৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2024 8:13 am
সন্দীপ লামিচানে।

সন্দীপ লামিচানে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেৰ সপ্তাহ পূৰ্বে নেপালৰ প্ৰাক্তন অধিনায়ক সন্দীপ লমিচানেক ধৰ্ষণৰ গোচৰত দোষী সাৱ্যস্ত কৰাৰ পিছত এইবাৰ দেশখনৰ কাঠমাণ্ডু জিলা আদালতে ৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। বুধবাৰে তেওঁৰ বিৰুদ্ধে এই ৰায় ঘোষণা কৰা হয়।

একে সময়তে আদালতে তেওঁক তিনি লাখ নেপালী টকা আৰু আৰু দুই লাখ টকা ক্ষতিপূৰণ হিচাপে ভুক্তভোগী ছোৱালীজনীক জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

যোৱা ২৯ ডিচেম্বৰত আদালতৰ বিচাৰপীঠে জনাইছিল যে প্ৰাক্তন ৰাষ্ট্ৰীয় অধিনায়ক লমিচানেক ২৬ বছৰীয়া গুশালা (ছদ্মনাম)ক ধৰ্ষণ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে ২০২২ চনৰ ২১ আগষ্টত তিলগংগাৰ এখন হোটেলত ভুক্তভোগীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল।

Apply Now

লগতে পঢ়কঃ কাইলৈ প্ৰথম টি-২০: দলত নাথাকিব কোহলী, কি ক’লে দ্ৰাবিড়ে!

ইয়াৰ পূৰ্বে প্ৰথমবাৰ গ্ৰেপ্তাৰৰ পূৰ্বে লামিচানেই আৰক্ষীক সহযোগ কৰিবলৈ সাজু বুলি কৈছিল। আইনী উপায়েৰে বিষয়টো চাব বিচাৰিছিল। একে সময়তে উল্লেখ কৰিছিল যে তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে।

পিছত জামিনত মুক্তি পোৱাৰ পিছত লামিচানে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত বিশ্বকাপ লীগ ২ ত্ৰিদেশীয় ছিৰিজত নেপাল ক্ৰিকেট দলৰ হৈ খেলিছিল। কিন্তু বিৰোধী দল নামিবিয়া আৰু স্কটলেণ্ডৰ কোনো ক্ৰিকেটাৰে তেওঁৰ সৈতে হাত মিলোৱা নাছিল। পিছত তেওঁক নেপালে আন এখন ত্ৰিদলীয় ছিৰিজৰ পৰা বাদ দিয়ে। অৱশ্যে ক্ৰিকেটাৰ এজন আঘাতপ্ৰাপ্ত হোৱাত তেওঁক পুনৰ দললৈ অনা হয়।

ইয়াৰ পিছত লামিচানে বিশ্বকাপৰ কোৱালিফাইং মেচখন খেলে। সোঁহতীয়া লেগস্পিনাৰগৰাকীয়ে শেষবাৰৰ বাবে আগষ্ট মাহত দেশৰ হৈ খেলিছিল। সেই সময়ত তেওঁ কেনিয়াৰ বিৰুদ্ধে টী-২০ মেচ খেলিছিল।

লগতে পঢ়কঃ মৰ্মান্তিক! ফিল্ডিং কৰি থকাৰ সময়তে মূৰত বল লাগি মৃত্যু ক্ৰিকেটাৰৰ

উল্লেখ্য যে , ২০২২ চনৰ ৭ ছেপ্টেম্বৰত এই ২৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। ইয়াৰ পিছত নেপাল ক্ৰিকেট ব’ৰ্ডে তেওঁক ক্ৰিকেটত নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু পিছত তেওঁক ১৫,৩০০ ডলাৰৰ বিনিময়ত চৰ্তসাপেক্ষ জামিন দিয়া হয় যদিও চূড়ান্ত ৰায়দানৰ পূৰ্বে দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়। অৱশ্যে পিছত সেই বাধা অতিক্ৰম কৰিও লামিচানে দেশৰ বাহিৰত খেলিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলপথ নহয়, এইবাৰ ৰে’লপথেৰেই ভাৰতৰ পৰা গৈ পোৱা যাব ৰাছিয়া! কেতিয়া, কোন পথেৰে চলিব ৰে’ল?

জলপথ নহয়, এইবাৰ ৰে’লপথেৰেই ভাৰতৰ পৰা গৈ পোৱা যাব ৰাছিয়া! কেতিয়া, কোন পথেৰে চলিব ৰে’ল?

August 10, 2026 12:05 pm
অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

August 10, 2026 10:42 am
পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

August 10, 2026 9:39 am
CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

August 10, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলপথ নহয়, এইবাৰ ৰে’লপথেৰেই ভাৰতৰ পৰা গৈ পোৱা যাব ৰাছিয়া! কেতিয়া, কোন পথেৰে চলিব ৰে’ল?

জলপথ নহয়, এইবাৰ ৰে’লপথেৰেই ভাৰতৰ পৰা গৈ পোৱা যাব ৰাছিয়া! কেতিয়া, কোন পথেৰে চলিব ৰে’ল?

August 10, 2026 12:05 pm
অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

August 10, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd