• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুবাৰৰ টি-২০ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ইতিহাস গঢ়িলে নেপালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2025 10:09 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ এছিয়াৰ উদীয়মান ক্ৰিকেট শক্তি নেপালে ক্ৰিকেটৰ ইতিহাসত এক বিশেষ স্থান খোদিত কৰিছে। প্ৰথমবাৰৰ বাবে টেষ্ট খেলা দেশৰ বিৰুদ্ধে জয়লাভ কৰিছে। দুবাৰৰ টি-২০ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজক ১৯ ৰানৰ ব্যৱধানত পৰাস্ত কৰি নেপালে এক অনন্য ইতিহাস গঢ়িলে।

শনিবাৰে (২৭ ছেপ্টেম্বৰ) শ্বাৰজাহত অনুষ্ঠিত খেলখনত নেপালে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৪৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৯ ৰানহে কৰিবলৈ সক্ষম হয়।

Apply Now

আই চি চিৰ পূৰ্ণ সদস্য দেশৰ বিৰুদ্ধে নেপালৰ এয়া প্ৰথম জয়। ইয়াৰ পূৰ্বে ২০১৪ চনত আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছিল যদিও সেই সময়ত তেওঁলোকে টেষ্টৰ মৰ্যাদা লাভ কৰা নাছিল। এইখন নেপালৰ বাবে প্ৰথমখন দ্বিপাক্ষিক শৃংখলা য’ত তেওঁলোকে টেষ্ট খেলা দেশৰ বিৰুদ্ধে খেলপথাৰত নামিছিল আৰু প্ৰথমখন মেচতে জয় নিশ্চিত কৰিছে।

দলটোৰ উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰা তাৰকাৰ ভিতৰত আছিল নেপালৰ অধিনায়ক ৰোহিত পৌডেল আৰু কুশল মাল্লা। পৌডেলে ৩৫টা বলত ৩৮ ৰান আৰু মাল্লাই ২১টা বলত ৩০ ৰান সংগ্ৰহ কৰে। গুলচন ঝানে ১৬টা বলত ২২ ৰান আৰু দীপেন্দ্ৰ সিং আইৰীয়ে ১৯টা বলত ১৭ ৰান সংগ্ৰহ কৰে।

ৱেষ্ট ইণ্ডিজৰ হৈ জেছন হোল্ডাৰে ৪ অভাৰত ২০ ৰানত ৪ টা উইকেট, নবীন বিদাইচিয়ে ২৯ ৰানত ৩ টা উইকেট আৰু আকিল হোছেইনে ১ টা উইকেট দখল কৰে।

বেটিং কৰিবলৈ নামি কেৰিবিয়ান দলে আৰম্ভণিৰে পৰাই উইকেট হেৰুৱাবলৈ আৰম্ভ কৰে। দলটোৱে মাত্ৰ ৯৪ ৰানতে ৭টা উইকেট হেৰুৱাইছিল। আমিৰ জাংগু ১৯, আকিম অগাষ্টে ১৫, কে চি কাৰ্টি ১৬ আৰু বিদাইচি ২২ ৰান সংগ্ৰহ কৰি আউট হয়। শেষত ফেবিয়ান এলেনে (১৪ বলত ১৯) আৰু আকিলে (৯ বলত ১৮) চেষ্টা কৰিছিল যদিও দলটোক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে।

নেপালৰ হৈ কুশল ভূৰটেলে ৪ অভাৰত ১৭ ৰানত ২ উইকেট দখল কৰে। ইয়াৰ উপৰিও আইৰি, কৰণ কে চি, নন্দন যাদৱ, ললিত ৰাজবংশী আৰু পৌডেলে ১টাকৈ উইকেট দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd