• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘স্মাৰ্ট পেট্ৰ’ল’ : নেপালৰ ৰাষ্ট্ৰীয় উদ্যানে গঁড় সংৰক্ষণৰ বাবে মুকলি কৰিলে নতুন এপ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2019 4:19 pm
Kaziranga-rhino

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এশিঙিয়া খৰ্গযুক্ত গঁড় সংৰক্ষণৰ বাবে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ এখন ৰাষ্ট্ৰীয় উদ্যানে নতুনকৈ এটা মোবাইল এপ মুকলি কৰিছে।

বন বিষয়া এগৰাকীয়ে, বৰদিয়া ৰাষ্ট্ৰীয় উদ্যানে এপটো স্মাৰ্টফোনেৰে লোৱা গঁড়ৰ ফটোকে ধৰি গঁড়ৰ বিষয়ে বিভিন্ন তথ্য সংগ্ৰহৰ বাবে মুকলি কৰা বুলি জানিবলৈ দিয়ে।

Apply Now

বাতৰি কাকত কাঠমাণ্ডু পোষ্টত উল্লেখ কৰা মতে ‘‘স্মাৰ্ট পেট্ৰ’ল’’ নামেৰে এপটো মুকলি কৰা হৈছে।

পূৰ্বতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবাই ভেলীত গঁড়ৰ গতিবিধি পৰ্য্যবেক্ষণ কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষই ছেটেলাইট-জি পি এছ চিষ্টেম ব্যাৱহাৰ কৰিছিল যদিও বৰ্তমান সেই ব্যৱস্থা কাৰ্য্যক্ষম হৈ থকা নায়।

ৰাষ্ট্ৰীয় উদ্যানখনৰ মুখ্য সংৰক্ষণকাৰী বিষয়া অনন্ত বাৰালে ছেটেলাইট-জি পি এছ ক’লাৰে বৰ্তমান বাবাই ভেলীত গঁড়ৰ ওপৰত কাম কৰি থকা নাই বুলি মত প্ৰকাশ কৰে।

‘‘ছেটেলাইট জি পি এছ ক’লাৰে বৰ্তমান কোনোধৰণৰ খবৰ তথা তথ্য প্ৰেৰণ কৰি থকা নাই। সম্ভৱত চিষ্টেমটো কাৰ্য্যক্ষম হৈ থকা নাই’’-বাৰালে কয়।

ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ, ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ ট্ৰাষ্ট, ডব্লিউ ডব্লিউ এফ নেপাল আৰু স্থানীয় লোকসকলে ছেটেলাইট ট্ৰেকিঙৰ জৰিয়তে গঁড়, বাঘকে ধৰি লুপ্তপ্ৰায় বনৰীয়া জীৱ-জন্তু সমূহৰ সংৰক্ষণৰ বাবে দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছিল।

২০১৬ আৰু ২০১৭ চনত আঠটা গঁড় চিতৱান অভয়াৰণ্যৰ পৰা বৰদিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল আৰু সফলতাৰে ৰেডিঅ’ ট্ৰেঞ্চমিটাৰৰ সৈতে ‘ক’লাৰ’ কৰা হৈছিল।

ৰেকৰ্ডৰ পৰা জানিব পৰা মতে বাবাই ভেলীত বৰ্তমান মাত্ৰ ছয়টা গঁড়হে আছে। আঠটা গঁড়ৰ ভিতৰত এটা গঁড়ৰ প্ৰাকৃতিক কাৰণত মৃত্যু হৈছিল।

নেপালৰ ২০১৫ চনৰ ৰাষ্ট্ৰীয় গঁড় গননা মতে, দেশখনত মুঠ ৬৪৫ টা গঁড় আছে যাৰ ভিতৰত ৬০৫ টা চিটৱান, ২৯ টা বৰদিয়া আৰু আঠটা চুকলাপহান্টাত আছে।

দেশখনত ১৯৫০ চনৰ পৰা ৬০ চনলৈ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰা গঁড়ৰ সংখ্যা চিটৱাট অভয়াৰণ্য স্থাপনৰ পাছত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd