• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ বিৰোধিতা কৰি নেপালৰ প্ৰধান মন্ত্ৰী অ’লিৰ চকী সংকটত! দলৰ ভিতৰতে তীব্ৰ সংঘাত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2020 4:54 pm
WhatsApp Image 2020-06-27 at 3.58.55 PM

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ'লি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ প্ৰধান মন্ত্ৰী কে পি অ’লিয়ে এক ডাঙৰ সিদ্ধান্তৰ জৰিয়তে ভাৰত বিৰোধী স্থিতিৰ সৃষ্টি কৰিছিল।

এতিয়া তেওঁ গ্ৰহণ কৰা সেই স্থিতি শক্তিশালী কৰি তুলিবলৈ চলোৱা প্ৰয়াসে এনে এক গতি লৈছে যে নিজৰ চৰকাৰখনেই সংকটৰ সন্মুখীন হৈ পৰিছে।

Apply Now

দেশখনৰ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰধান মন্ত্ৰী হিচাপে অ’লিৰ স্থিতি সোলক-ঢোলক হৈ পৰিছে আৰু তেওঁৰ দলেই এতিয়া তেওঁ পদ এৰাটো বিচাৰিছে।

নেপাল কমিউনিষ্ট পাৰ্টি প্ৰকৃততে দুটা কমিউনিষ্ট দলৰ জোঁটবন্ধন। ইয়াৰে এটাৰ অধ্যক্ষ হৈছে পুষ্প কুমাৰ দাহাল যাক প্ৰচণ্ড নামেৰেও জনা যায়।

আনহাতে, দ্বিতীয়টো দলৰ অধ্যক্ষ হৈছে কে পি শৰ্মা অ’লি। প্ৰচণ্ডই দুবাৰকৈ নেপালৰ প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তেওঁৰ সমৰ্থকসকলে প্ৰধান মন্ত্ৰী অ’লিৰ বিৰুদ্ধে দল আৰু চৰকাৰক দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰিছে।

নিজৰ পদবী ধৰি ৰখা তথা ৰাষ্ট্ৰবাদ জাহিৰ কৰাৰ বাবে অ’লিয়ে ভাৰতৰ বিৰুদ্ধে এক জটিল সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ইয়াৰ ফলত ঢৌ সলনি হৈ পৰিছে।

এই সপ্তাহত অ’লি চৰকাৰে কেইবাটাও ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হৈছে।

সংসদত বিৰোধীয়ে উত্থাপন কৰা এক প্ৰস্তাৱত কোৱা হৈছে যে চীনে নেপালৰ ৬৪হেক্টৰতকৈয়ো অধিক ভূমি বেদখনল কৰিছে।

নেপাল কমিউনিষ্ট পাৰ্টিৰ স্থায়ী সমিতিৰ বৈঠকত ইয়াৰে ৪৪জন সদস্যৰ ভিতৰত মাত্ৰ  ১১ জন সদস্যইহে অ’লিৰ পক্ষত থাকে। তদুপৰি, এই বৈঠক আগলৈ চলাই নিবলৈ বিচৰা হৈছিল যদিও প্ৰধান মন্ত্ৰী অ’লিয়ে তাতা উপস্থিত নথকাৰ সিদ্ধান্ত লয়।

ইয়াৰ পূৰ্বে নেপালত থকা চীন ৰাষ্ট্ৰদূতগৰাকীয়ে এনে ঘটনাত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰে। তেওঁ শাসকীয় দলৰ সদস্যসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সংঘাত দূৰ কৰাৰ লগতে চৰকাৰখন বচোৱাৰ প্ৰয়াস কৰে।

প্ৰধান মন্ত্ৰী অ’লিয়ে দুটা পাৰ্টিৰ মাজত ওলমি ৰৈছে। তেওঁ ভাৰতক এৰি চীনক আঁকোৱালি লৈছে। কিন্তু এই পথত তেওঁ উজুটি খাবলগীয়া হৈছে।

অ’লিয়ে চীনৰ হাতত দেশৰ ভূমি সমৰ্পণ কৰিছে। তেওঁ ভাৰতৰ সহানুভুতিও হেৰুৱাইছে আৰু লগতে নিজৰ লোকৰ বিশ্বাসো হেৰুৱাবলৈ আৰম্ভ কৰিছে।

আটাইতকৈ ডাঙৰ কথা নিজৰ দলৰেই সদস্যৰ সমৰ্থন হেৰুৱাই সংকটৰ সন্মুখীন হৈছে প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd