• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতক ৰঙা চকু দেখুওৱা নেপালৰ প্ৰধান মন্ত্ৰী অ’লিৰ চকী সংকটত; ৰাষ্ট্ৰক উদ্দেশ্যি দিব ভাষণ!

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , July 2, 2020 2:48 pm

1 min read

oli-678x381

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ'লি।

16.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৈতে সংঘাত অব্যাহত থকাৰ মাজতে নেপালৰ ৰাজনৈতিক পৰিস্থিতিৰ সঘন পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰিছে।

বৃহস্পতিবাৰে  প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে কেবিনেট বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীক সাক্ষা কৰে।

ইয়াৰ পাছতে জৰুৰী কেবিনেট বৈঠকত চলিত বাজেট অধিৱেশন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বাতৰি অনুসৰি, প্ৰধান মন্ত্ৰী অ’লিয়ে এতিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব পাৰে।

উল্লেখ্য যে ভাৰতৰ সৈতে মানচিত্ৰকলৈ হোৱা বিবাদৰ পাছৰে পৰা কে পি অ’লিৰ বিৰুদ্ধে দলত বিৰোধিতা আৰম্ভ হয়।

দলটোৰ নেতাসকলে প্ৰথমতে কেপি শৰ্মা অ’লিক প্ৰধান মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ কোৱাৰ পাছত দলৰ মুৰব্বী পদ ত্যাগ কৰাৰো দাবী কৰে।

জানিব পৰা মতে, প্ৰধান মন্ত্ৰী কে পি অ’লিয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ সময়তে তেওঁৰ অনুপস্থিতিতে কমিউনিষ্ট দলৰ ষ্টেণ্ডিং কমিটিৰ বৈঠক চলি আছিল।

যোৱা কেইদিন ধৰি প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰচণ্ডৰ নেতৃত্বত যেতিয়াৰে পৰা বিৰোধিতা আৰম্ভ হৈছে তেতিয়াই কে পি অ’লিৰ চকীলৈ সংকট আহি পৰিছে।

আনহাতে, প্ৰধান মন্ত্ৰী অ’লিয়ে তেওঁৰ চকীলৈ অহা সংকটৰ আঁৰত ভাৰতৰ হাত থকা বুলি কৈছে যদিও কোনো প্ৰমান দাঙি ধৰিব পৰা নাই।

ইপিনে, প্ৰচণ্ডই কৈছে যে ভাৰতৰ ওপৰত অভিযোগ অনাৰ আগতে তেওঁ ভাৱি চোৱা উচিত।

Recent News

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd