• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনৰ প্ৰকল্প বন্ধৰ দাবীত নেপালত তীব্ৰ প্ৰতিবাদ; বিমোৰত পৰিছে বেইজিং

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 4, 2021 2:32 pm

2 min read

WhatsApp Image 2021-01-04 at 2.05.20 PM

নেপালৰ প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী ক্ষেত্ৰত চীনৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰা প্ৰকল্প।

231
VIEWS
Share on FacebookShare on Twitter

চীনৰ অৰ্থ সাহায্যত নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিৰ নিৰ্বাচনী ক্ষেত্ৰত এটা ঔদ্যোগিক প্ৰকল্প নিৰ্মাণ কৰা হৈছিল।

পূৰ্বতে কোনো সমস্যাৰ সৃষ্টি হোৱা নাছিল যদিও সম্প্ৰতি এই প্ৰকল্প বন্ধ কৰাৰ দাবীত নেপালত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে।

এনে পৰিস্থিতি দেখি স্বাভাৱিকতে চাপত পৰিছে বেইজিং। কিয়নো ইয়াৰ পূৰ্বে নেপালত কেতিয়াও এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল।

বাতৰি অনুসৰি, কিছুদিন পূৰ্বে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মাৰ নিৰ্বাচনী ক্ষেত্ৰৰ দামাৰ পৌৰসভা অঞ্চলত চীনৰ অৰ্থ সাহায্যত দামাক ক্লিন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল।

প্ৰথমাৱস্থাত কোনো সংস্যা নাছিল যদিও বৰ্তমান সেই প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উপযুক্ত ক্ষতিপূৰণ দাবী কৰি স্থানীয় লোকে আন্দোলন আৰম্ভ কৰিছে।

প্ৰতিবাদকাৰীসকলে চীনৰ বিৰুদ্ধে শ্ল’গান দিয়াও দেখা গৈছে। তদুপৰি, এই আন্দোলনত নেপালৰ বুদ্ধিজীৱী-শিক্ষাবিদকে ধৰি সকলো শ্ৰেণীৰ লোকে সমৰ্থন জনাইছে।

বৰ্তমান পৰিস্থিতি ক্ৰমে জটিল হৈ পৰিছে আৰু প্ৰশাসনে বিষয়টোক লৈ চিন্তিত হৈ পৰিছে। প্ৰতিবাদকাৰী নেতাসকলে প্ৰকল্পটো ৰূপায়নত পৰিৱেশ সম্পৰ্কীয় প্ৰভাৱৰ বিষয়টো চালিজাৰি নোচোৱা বুলি অভিযোগ কৰিছে।

তদুপৰি, এই প্ৰকল্পটোৰ জৰিয়তে স্থানীয় লোকসকল কেনেদৰে উপকৃত হ’ব বা দেশখনৰ কি লাভ হ’ব আৰু নেপালৰেই বা উদ্দেশ্য কি তাক সন্দেহৰ উদ্ৰেক হৈছে। গতিকেই এই বিষয়বোৰৰ সিদ্ধান্ত নোহোৱালৈকে প্ৰকল্প নিৰ্মাণৰ কাম চলাবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে আন্দেলনকাৰীসকলে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd