DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

একেৰাহে ১২৬ ঘণ্টা নৃত্য কৰি নেপালৰ কিশোৰীৰ বিশ্ব অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2019 1:43 pm
Bandana-750x375

বন্দনা নেপাল। উৎস-ইণ্টাৰনেট

1.3k
VIEWS
Share on FacebookShare on Twitter

নেপালৰ নৃত্য চাঞ্চল্য বন্দনা নেপালে একেৰাহে ১২৬ ঘণ্টা নৃত্য কৰি ‘ব্যক্তিগত দীৰ্ঘতম নৃত্যৰ মাৰাথন’ শাখাত গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

নেপালৰ ওঠৰ বছৰীয়া কিশোৰীগৰাকীক এই অভিলেখৰ বাবে নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা ওলিয়ে শনিবাৰে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে বন্দনাই গ্ৰিনিজ ৰেকৰ্ডৰ বিষয়ে বিভাগটোৰ পৰা শুকুৰবাৰে আনুষ্ঠানিক সেউজ সংকেত লাভ কৰে বুলি উল্লেখ কৰে।

নেপালৰ কিশোৰী গৰাকীয়ে ২০১৮ চনৰ নৱেম্বৰ মাহৰ ২৩ তাৰিখে কাঠমাণ্ডুত বিগ ফুডলেণ্ড ৰেষ্টুৰেণ্টৰ সভাগৃহত নেপালী সংগীতৰ তালে তালে একেৰাহে ১২৬ ঘণ্টাৰ বাবে একক নৃত্য কৰি এই অভিলেখৰ অধিকাৰী হয়।

আনহাতে, নেপালৰ ধানকূটা জিলাৰ বাসিন্দা বন্দনাৰ ‘বন্দনা নেপাল’ নামৰ নিজাকৈ এটা স্বেচ্ছাসেৱী সংগঠনো আছে। এই সংগঠনটোৱে নেপালী মহিলা সকলৰ উন্নতিৰ বাবে কাম কৰি আহিছে।

উল্লেখযোগ্য যে, বন্দনাই নতুন গ্ৰিনিজ বিশ্ব ৰেকৰ্ড গঢ়াৰ সময়ত ভংগ কৰে ভাৰতৰ কেৰেলাৰ কলমান্দালাম হেমালতাই ২০১১ চনত একক নৃত্যত গঢ়া অভিলেখ।

কেৰেলাৰ নৃত্যৰ ৰাণী হিচাপে পৰিচিত হেমালতাই একেৰাহে ১২৩ ঘণ্টাৰ বাবে মোহিনী নৃত্যম নাচি অভিলেখ গঢ়িছিল।

 

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd