• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাহত দুবাৰকৈ দিয়া হ’ব দৰমহা! এই সিদ্ধান্তই দেশখনৰ অৰ্থনীতিৰ উন্নতি সাধন কৰিবনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:05 am
112
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাহত দুবাৰকৈ দৰমহা পাবলৈ আৰম্ভ কৰিলে আপোনাৰ বহু সমস্যাৰ সমাধান হ’ব পাৰে। ভাৰতৰ চুবুৰীয়া দেশ নেপালে এতিয়া কৰ্মচাৰীক দৰমহা দিয়াৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। মাহৰ শেষত এবাৰতে সম্পূৰ্ণ দৰমহা পোৱাৰ পৰিৱৰ্তে এতিয়া চৰকাৰী কৰ্মচাৰীয়ে ১৫ দিনৰ মূৰে মূৰে অৰ্থাৎ মাহত দুবাৰকৈ দৰমহাৰ আধা দৰমহা পাব।

দশক দশক পুৰণি ‘মাহিলী দৰমহা প্ৰদান’ ব্যৱস্থাৰ পৰিৱৰ্তে ‘পষেকীয়া দৰমহা প্ৰদান’ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। নেপাল চৰকাৰৰ এই পদক্ষেপ প্ৰশাসনিক গাঁথনি আৰু কৰ্মচাৰীৰ স্বাৰ্থত এক বৈপ্লৱিক পদক্ষেপ হিচাপে বিবেচিত হৈছে।

Apply Now

নেপালৰ বিত্ত মন্ত্ৰালয়ে এই পদক্ষেপৰ মূল উদ্দেশ্য চৰকাৰী কৰ্মচাৰীৰ আৰ্থিক অৱস্থা সুস্থিৰ কৰি ৰখা আৰু বজাৰত নগদ ধনৰ প্ৰবাহ বৃদ্ধি কৰা বুলি উল্লেখ কৰিছে। প্ৰায়ে দেখা যায় যে মধ্যবিত্ত কৰ্মচাৰীসকল মাহৰ শেষ সপ্তাহৰ ভিতৰত নিঃস্ব হৈ পৰে, যাৰ বাবে তেওঁলোকে নিজৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে সংগ্ৰাম কৰে বা ঋণ ল’বলৈ বাধ্য হয়।

এই নতুন ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে দুসপ্তাহৰ মূৰে মূৰে ধন লাভ কৰিব। অর্থনৈতিক বিশেষজ্ঞসকলৰ মতে এই সিদ্ধান্ত কেৱল কর্মচাৰীৰ বাবেই নহয়, দেশৰ অর্থনীতিৰ বাবেও যথেষ্ট উপকাৰী হ’ব৷ যেতিয়া প্ৰতি ১৫ দিনৰ মূৰে মূৰে মানুহে ধন লাভ কৰিব তেতিয়া বজাৰত ক্ৰয়ৰ সুস্থিৰ প্ৰবাহ থাকিব।

ইয়াৰ দ্বাৰা খুচুৰা বিক্ৰেতা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় উৎসাহিত হ’ব। সাধাৰণতে মাহৰ আৰম্ভণিতে বজাৰবোৰত ভিৰ আৰু শেষত নিস্তব্ধ হৈ থাকে যদিও এতিয়া গোটেই মাহটোৰ চাহিদা একেই থাকিব।

এই ঘোষণাই নেপালৰ চৰকাৰী মহলত এক উন্মাদনাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কৰ্মচাৰীসকলে কয় যে বাজেট ব্যৱস্থাপনা এতিয়া সহজ হ’ব। এতিয়া বিদ্যালয়ৰ মাছুল, বিদ্যুতৰ বিল, ৰেচন আদি খৰচৰ আৱণ্টন ভালদৰে কৰিব পাৰিব।

তদুপৰি এই ব্যৱস্থাটো উন্নত দেশসমূহৰ (যেনে আমেৰিকা আৰু অষ্ট্ৰেলিয়া) আৰ্হিত নিৰ্মাণ কৰা হৈছে, যিয়ে পৰিচালনাৰ আধুনিক পদ্ধতিৰ প্ৰতিফলন ঘটায়।

এই সিদ্ধান্তই আন দেশৰ বাবে আদৰ্শ দাঙি ধৰিব পাৰে। নেপাল চৰকাৰৰ এই পদক্ষেপে দক্ষিণ এছিয়াৰ আন দেশসমূহৰ বাবেও আদৰ্শ দাঙি ধৰিব পাৰে।

যদি সফল হয়, তেন্তে এই মডেলে কৰ্মচাৰীৰ কৰ্মক্ষমতা উন্নত কৰাই নহয় দেশৰ অৰ্থনৈতিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰতো এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব। বৰ্তমান চৰকাৰে এইটো পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd