• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৰুষৰ ভয়াবহ বলাৰে নোৱাৰা ৰেকর্ড গঢ়িলে নেপালৰ এইগৰাকী মহিলা বলাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 9:15 am
Anjali Chand

অঞ্জলী চান্দ

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নেপালৰ মহিলা ক্ৰিকেট দলৰ বলাৰ অঞ্জলী চান্দে কোনো ৰান খৰচ নকৰাকৈ ৬টা উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিলে।

দেশখনৰ পোখৰা (কাঠমাণ্ডু)ত চলি থকা ছাউথ এছিয়ান গেইমছত মালদ্বীপৰ বিৰুদ্ধে খেলা মেচত খেলুৱৈগৰাকীয়ে এই কাৰনামা কৰে।

Apply Now

আন্তঃৰাষ্ট্ৰীয় টি-২০ত পুৰুষে হওক বা মহিলাই হওক অঞ্জলীৰ পূৰ্বে এনেধৰণৰ প্ৰদৰ্শন কোনেও দাঙি ধৰিব পৰা নাছিল। টি-২০ত এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

মেচখনত মালদ্বীপে প্ৰথমে বেট ধৰিব আহি নেপালৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১৬ ৰানতে ইনিংছ সামৰে। ইফালে নেপালে মাত্ৰ ৫টা বলতে নিজৰ লক্ষ্যত উপনীত হয়।

উল্লেখ্য যে ২৪ বছৰীয়া অঞ্জলীয়ে ইনিংছৰ ৭ নম্বৰ অ’ভাৰত তিনিটা, ৯ নম্বৰ অ’ভাৰত দুটা আৰু ১১ নম্বৰ অ’ভাৰত অন্তিমটো তথা ৬ নম্বৰ উইকেটো লাভ কৰে।

মধ্যম গতিৰ পেছ বলাৰ অঞ্জলীয়ে মেচখনত মাত্ৰ ১৩টা বল কৰে। তেওঁ অন্তিম তিনিটা বলত তিনিটা উইকেট দখলেৰে হেট্ৰিক অৰ্জন কৰিবলৈও সক্ষম হয়।

ইয়াৰ লগে লগে তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা টি-২০ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা বলাৰত পৰিগণিত হয়। ইয়াৰ পূৰ্বে এই ৰেকৰ্ড মালদ্বীপৰ মাছ এলিছাৰ নামত আছিল।

আনহাতে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ ৰেকৰ্ড ভাৰতৰ পেচ বলাৰ দীপক চাহাৰৰ নামত আছে। তেওঁ বাংলাদেশৰ বিৰুদ্ধে ৭ ৰানত ৬টা উইকেট দখল কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm
ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

November 1, 2026 4:48 pm
বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

November 1, 2026 3:40 pm
গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm
ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

November 1, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd