• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় পৰ্যটকৰ ওপৰত নেপালৰ নিষেধাজ্ঞা! কি ক’লে নেপাল চৰকাৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2026 7:26 pm
330
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত নেপাললৈ যোৱা ভাৰতীয় পৰ্যটকৰ ওপৰত নতুন আৰু কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা বুলি উৰাবাতৰি বিয়পি পৰিছিল। কিন্তু নেপাল চৰকাৰে এই সকলোবোৰ জল্পনা-কল্পনাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। বুধবাৰে নেপাল পৰ্যটন ব’ৰ্ড আৰু সংশ্লিষ্ট মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় দৰ্শনাৰ্থীৰ সংখ্যা সীমিত কৰা বা কঠোৰ নিয়ম প্ৰৱৰ্তন কৰাৰ যিবোৰ খবৰ ওলাইছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা।

নেপাল পৰ্যটন ব’ৰ্ডে এক আনুষ্ঠানিক বিবৃতিযোগে এই বিভ্ৰান্তিকৰ বাতৰিসমূহক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ব’ৰ্ডে জানিবলৈ দিয়ে যে নেপাল-ভাৰত সীমান্ত পাৰ হোৱাৰ বাবে পৰিচয় পত্ৰ বাধ্যতামূলক কৰা, পৰ্যটকৰ থকাৰ সময়সীমা সৰ্বাধিক ৩০ দিনলৈ হ্ৰাস কৰা বা বেছি দিন থাকিলে বাহন জব্দ কৰা আদি দাবীসমূহ একেবাৰে সঁচা নহয়। চৰকাৰে ভাৰতীয় পৰ্যটকৰ থকাৰ সময়সীমা বা নীতি-নিয়মৰ কোনো সালসলনি কৰা নাই। দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক তথা মুক্ত সীমা ব্যৱস্থা আগৰ দৰেই অটুট আছে।

Apply Now

নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিৱৰ্তে নেপাল চৰকাৰে পৰ্যটকৰ সুবিধাৰ্থে কিছুমান নতুন ব্যৱস্থাহে গ্ৰহণ কৰিছে। ব্যক্তিগত বাহনেৰে স্থলপথেৰে নেপাললৈ যোৱা ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীসকলৰ যাত্ৰা অধিক সহজ কৰিবলৈ এটা নতুন অনলাইন পঞ্জীয়ন ব্যৱস্থা আৰম্ভ কৰা হৈছে। এই সুবিধাৰ জৰিয়তে পৰ্যটকসকলে এতিয়াৰে পৰা নিজৰ বাহনৰ শুল্ক অনলাইনযোগে ঘৰৰ পৰাই পৰিশোধ কৰিব পাৰিব আৰু সহজেই প্ৰৱেশ অনুমতি পত্ৰ লাভ কৰিবলৈ সক্ষম হ’ব।

উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত ভাৰতীয় পৰ্যটকৰ নেপাল ভ্ৰমণক লৈ কেইবাটাও নতুন নিয়মৰ কথা পোহৰলৈ আহিছিল। সেই খবৰবোৰত দাবী কৰা হৈছিল যে ভাৰতীয় বাহনসমূহ নেপালত বছৰত মাত্ৰ ৩০ দিনহে চলিব পাৰিব আৰু ইয়াৰ বাবে দৈনিক মাচুল দিব লাগিব। আনকি সামান্য ভুলৰ বাবেও বাহন জব্দ কৰা হ’ব পাৰে বুলি কোৱা হৈছিল। ইয়াৰ উপৰিও ১০০ নেপালী টকাতকৈ অধিক মূল্যৰ সামগ্ৰী কিনিলে ৫ শতাংশৰ পৰা ৮০ শতাংশলৈকে শুল্ক ভৰিব লাগিব বুলিও বাতৰি প্ৰচাৰ হৈছিল। কিন্তু নেপাল চৰকাৰৰ শেহতীয়া স্পষ্টীকৰণৰ পিছত এই সকলোবোৰ যে কেৱল উৰাবাতৰি আছিল, সেয়া প্ৰমাণিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd