• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেপালৰ আগশাৰীৰ এয়াৰলাইন বুদ্ধ এয়াৰে গুৱাহাটীৰ পৰা চলাব পোনপটীয়া বিমানসেৱা

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , April 20, 2019 6:42 pm

2 min read

buddha-air36-750x375

বুদ্ধ এয়াৰলাইনছৰ বিমান। প্ৰতিনিধিত্বমূলক ফাইল ফটো

667
VIEWS
Share on FacebookShare on Twitter

নেপালৰ আগশাৰীৰ এয়াৰলাইন বুদ্ধ এয়াৰে অহা ৩ আগষ্টৰ পৰা গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত পোনপটীয়া বিমানসেৱা আৰম্ভ কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এয়াৰলাইন কোম্পানীটোৱে প্ৰতি মঙলবাৰ আৰু শনিবাৰে ৰাতিপুৱা ৭ বজাত গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত দুখন বিমান চলাব।

চহৰ দুখনৰ মাজত চলিবলগীয়া বিমানসেৱাই নেপাল আৰু ভাৰততৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজত যোগাযোগ, বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধিত সহায় কৰিব।

বুদ্ধ এয়াৰে ইতিমধ্যে কাঠমাণ্ডু আৰু বাৰাণসীৰ মাজত দুখন সাপ্তাহিক বিমান চলাই আছে আৰু অহা ২৭মেৰ পৰা কাঠমাণ্ডু আৰু কলকাতাৰ মাজত তিনিখন সাপ্তাহিক বিমানৰ যাত্ৰা আৰম্ভ কৰিব।

এই বুদ্ধ এয়াৰলাইন উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা প্ৰাক্তন মন্ত্ৰী সুৰেন্দ্ৰ বাহাদুৰ বাছনেট আৰু তেওঁৰ পুত্ৰ বীৰেন্দ্ৰ বাহাদুৰ বাছনেটে ১৯৯৬ চনৰ ২৩ এপ্ৰিলত এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰিছিল।

নেপালৰ ললিতপুৰ জিলাৰ জ্বালাখেলত কোম্পানীটো অৱস্থিত আৰু ১৯৯৭ চনৰ ১১ অক্টোবৰৰ পৰা ইয়াৰ বিমানসেৱা আৰম্ভ কৰা হৈছিল।

বুদ্ধ এয়াৰে ইয়াৰ টুইটাৰ একাউন্টৰ জৰিয়তে গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত বিমানসেৱা চলোৱাৰ কথা ঘোষণা কৰিছে।

কোম্পানীটোৱে টুইট কৰিছে : ‘’আমাৰ পৰৱৰ্তী লক্ষ্যস্থান : গুৱাহাটী। আমি প্ৰতি মঙলবাৰ আৰু শনিবাৰে ৰাতিপুৱা ৭ বজাত গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত দুখন বিমান চলাম। আমি আপোনালোকক আমাৰ বিমানসেৱালৈ আমন্ত্ৰণ জনাইছো।‘’

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd