• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমগ্ৰ উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী উত্তৰ-পূব ছাত্ৰ সংগঠনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2020 3:13 pm

1 min read

সমগ্ৰ উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী উত্তৰ-পূব ছাত্ৰ সংগঠনৰ
142
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবত অবৈধভাৱে বসবাস কৰি থকা সকলো ধৰণৰ বিদেশী নাগৰিকক চিনাক্ত কৰাৰ বাবে উত্তৰ-পূব ছাত্ৰ সংগঠনে কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছে।

উত্তৰ-পূবৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ চৰকাৰ আজি পৰ্যন্ত ব্যৰ্থ হৈ আহিছে বুলি নেছ’ৰ সভাপতি ছেমুৱেল জেৰৱাই কয়।

‘‘কেন্দ্ৰ চৰকাৰে অবৈধ বিদেশী সমস্যা সমাধান কৰিব নোৱাৰা বাবেই উত্তৰ-পূবৰ খিলঞ্জীয়া জনসাধাৰণে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে,’’ ছেমুৱেল জেৰৱাই লগতে কয়।

নেছ’ হৈছে উত্তৰ-পূবৰ ছাত্ৰ সংগঠন সমূহৰ এক ঐক্যবদ্ধ সংগঠন।

নেছ’ৰ সভাপতি গৰাকীয়ে কেন্দ্ৰ চৰকাৰক শীঘ্ৰে উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ বাবে আহ্বান জনায়।

আনহাতে, নেছ’ৰ সভাপতি গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ উত্তৰ-পূবৰ বাবে আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা প্ৰদান কৰাৰ বাবেও দাবী জনায়।

ইপিনে, উত্তৰ-পূব ছাত্ৰ সংগঠনে সদায় নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে আৰু বিৰোধিতা কৰি যাব বুলিও নেছ’ৰ সভাপতি গৰাকীয়ে পুনৰ কয়।

তদুপৰি, নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে উত্তৰ-পূবৰ জনসাধাৰণৰ আৱেগ-অনুভূতিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছিল বুলিও জেৰৱাই লগতে মত প্ৰকাশ কৰে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd