• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

ভাৰতত নিৰ্মিত নেচলেৰ শিশুখাদ্য চেৰলেকত থাকে চেনি; ইউৰোপত ছুগাৰফ্ৰী শিশুখাদ্য বিক্ৰেতাৰ ভাৰতৰ বাবে পৃথক নিয়ম

by
April 18, 2024 3:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ আগশাৰীৰ কোম্পানী নেচলেৰ জনপ্ৰিয় শিশুখাদ্য চেৰলেকত থাকে উচ্চমাত্ৰাৰ চেনি৷শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদনত সবিশেষ তথ্য পোহৰলৈ আহিছে৷চুইজাৰলেণ্ডৰ তদন্তকাৰী সংস্থা পাব্লিক আইৰ মতে, কম আৰু মধ্যম আয়ৰ দেশত প্ৰচাৰিত নেচলেৰ ব্ৰেণ্ডত চেনিৰ পৰিমাণ পোৱা গৈছে। মেদবহুলতা আৰু দীৰ্ঘদিনীয়া ৰোগ প্ৰতিৰোধৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনাৰ বিপৰীতে নেচলেই ব্যৱসায় আগবঢ়াই নিছে।

২০২২ চনত ২৫ কোটি ডলাৰৰ উপাৰ্জন কৰা চেৰেলেকত চেনি যোগ কৰা দেখা গৈছে, গড়ে প্ৰায় ৩ গ্ৰামকৈ চেনিৰ উপস্থিতি অধ্যয়নটোত প্ৰকাশ পাইছে।ইফালে, নেচলে ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে কোম্পানীটোৱে পাঁচ বছৰ ধৰি যোগ কৰা চেনিৰ পৰিমাণ ৩০ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে – আমি নিয়মিতভাৱে আমাৰ পৰ্টফলিঅ’ পৰ্যালোচনা কৰোঁ আৰু গুণগত মান, সুৰক্ষা আৰু সোৱাদৰ সৈতে আপোচ নকৰাকৈ যোগ কৰা চেনিৰ মাত্ৰা আৰু অধিক হ্ৰাস কৰিবলৈ আমাৰ সামগ্ৰীসমূহৰ উদ্ভাৱনশীলতা অব্যাহত ৰাখিছোঁ।

Apply Now

প্ৰতিবেদনৰ পাছত আন দেশত যোগ কৰা চেনি তলত দিয়া ধৰণে পোৱা গৈছে –

থাইলেণ্ড – ৬ গ্ৰাম
ইথিওপিয়া – ৫ গ্ৰাম
দক্ষিণ আফ্ৰিকা – ৪ গ্ৰাম
ব্রাজিল – গড়ে ৩ গ্রাম
ইণ্ডোনেছিয়া – ২ গ্ৰাম
মেক্সিকো – ১.৭ গ্ৰাম
নাইজেৰিয়া, চেনেগাল – ১ গ্ৰাম

ফিলিপাইনছত শিশুক লক্ষ্য কৰি তৈয়াৰ কৰা সামগ্ৰীত কোনো ধৰণৰ চেনি যোগ কৰা হোৱা নাই।ফলাফলত ব্ৰিটেইনকে ধৰি নেচলেৰ ইউৰোপৰ মূল বজাৰসমূহতো সৰু ল’ৰা-ছোৱালীৰ বাবে প্ৰস্তুত কৰা খাদ্যত কোনো যোগ কৰা চেনি(Added Suger) পোৱা নগ’ল।

পাব্লিক আই-এ এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাত বিক্ৰী হোৱা চুইজাৰলেণ্ডৰ বহুজাতিক কোম্পানীটোৰ শিশু খাদ্য সামগ্ৰীৰ নমুনা পৰীক্ষাৰ বাবে বেলজিয়ামৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰ পাছতে এই ফলাফল পোৱা গৈছে।ইউৰোপীয় অঞ্চলৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইন অনুসৰি তিনি বছৰৰ তলৰ শিশুৰ বাবে কোনো খাদ্যত যোগ কৰা চেনি বা মিঠাজাতীয় দ্ৰব্যৰ দিয়া অনুচিত।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd