• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হলদিৰামৰ খাদ্যৰ পেকেটত উৰ্দু বাক্য: মহিলা সাংবাদিকক তুলাধুনা নেটিজেনৰ, ভিডিঅ’ ভাইৰেল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 7, 2022 10:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া একাংশ লোকে বিভিন্ন চেলু উলিয়াই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টাত ব্ৰতী হৈছে। এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই একাংশ সাংবাদিকো।

শেহতীয়াকৈ দেশৰ অগ্ৰণী খাদ্য সামগ্ৰী প্ৰস্তুতকাৰী প্ৰতিষ্ঠান হলদিৰামৰ শুকান ফলৰ পেকেটত উৰ্দু বাক্য লিখাকলৈ এটা ব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেলৰ এগৰাকী মহিলা সাংবাদিকে হলদিৰামৰ কৰ্মচাৰীৰ সৈতে যেনে ধৰণে বাক-বিতণ্ডাত লিপ্ত হ’ল তাকে দেখি দেশৰ সচেতন লোকসকল স্তম্ভিত হৈ পৰিছে।

Apply Now

हल्दीराम के आउटलेट में घुसकर सुदर्शन न्यूज़ की गुंडागर्दी.
यकीन मानिए ये सब पुलिस की मौजूदगी में हो रहा है. #Haldirams pic.twitter.com/SLv47XHVi4

— Puneet Kumar Singh (@puneetsinghlive) April 5, 2022

নেটিজেনসকলে খাদ্যৰ পেকেটত ‘উৰ্দু’ লিখি ৰখাৰ প্ৰসংগত হলদিৰামৰ কৰ্মচাৰীক সাংবাদিকগৰাকীয়ে কৰা ৰুক্ষ ব্যৱহাৰৰ পিছতো কৰ্মচাৰীগৰাকীয়ে যি আশ্চৰ্যজনক সংযমৰ পৰিচয় দিলে তাৰ বাবে প্ৰশংসা কৰাৰ লগতে সাংবাদিকগৰাকীক তুলাধুনা দিছে।

শেহতীয়াকৈ ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে হলদিৰামৰ এখন বিপনীৰ কৰ্মীৰ সৈতে বিবাদত লিপ্ত হৈছে এগৰাকী সাংবাদিক।

সাংবাদিকগৰাকীয়ে হলদিৰামৰ খাদ্য সামগ্ৰীৰ পেকেটত কিয় উৰ্দু ভাষা ব্যৱহাৰ কৰা হৈছে বুলি হলদিৰামৰ কৰ্মচাৰীক জবাবদিহি কৰে।

সাংবাদিক গৰাকীৰ প্ৰশ্নৰ উত্তৰ দি কৰ্মচাৰীগৰাকীয়ে কয় যে ভাৰতৰ তিনিটা সম্প্ৰদায়ৰ লোক উক্ত বিপনী খনলৈ আহে। সেই লোকসকলৰ বহুতেই তিনিটা ভাষা যেনে ইংৰাজী, হিন্দী, উৰ্দু জানিব পাৰে। সেয়ে তেনে লোকসকলৰ সুবিধাৰ বাবেই খাদ্য সামগ্ৰীৰ পেকেটত খাদ্যৰ গুণাগুণ সম্পৰ্কীয় কথা ইংৰাজী, হিন্দী আৰু উৰ্দু ভাষাত লিখা হৈছে বুলি কৰ্মচাৰীগৰাকীয়ে কয়।

Here is some Urdu text. Will this reporter go to the Railways and ask what it is about? #Haldirams pic.twitter.com/DGZ8KDUoXv

— Drama Prasad Mukherjee (@DPrasadMJ148) April 5, 2022

কিন্তু ইমানৰ পিছত সাংবাদিকগৰাকীয়ে নানান অযুক্তিকৰ কথাৰে বিষয়টোক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰে। সাংবাদিকগৰাকীৰ এনে আচৰণক নেটিজেনসকলে গৰিহণা দিছে।

বিশেষকৈ টুইটাৰত উক্ত ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে বহুতে সাংবাদিকগৰাকীক কামৰ পৰা অপসাৰণ কৰাৰো দাবী জনাইছে।

 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd