• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ মুকলি

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , June 29, 2019 8:11 am

2 min read

APDCL

কলিয়াবৰত শক্তি বিতৰণ কোম্পানীৰ নতুন সেৱা কেন্দ্ৰ মুকলি।

978
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰত শুকুৰবাৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই  অসম শক্তি বিতৰণ নিগম লিমিটেডৰ নিয়ন্ত্ৰণ আৰু বিতৰণৰ এটা  উপ-কেন্দ্ৰ সেৱা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত  অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল উপস্থিত থাকে।

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত  নলতলিত স্থাপন কৰা অসম শক্তি বিতৰণ নিগম লিমিটেডৰ নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰটি উদ্ধোধন কৰি কলিয়াবৰৰ বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই  দীনদয়াল উপাধ্যায় গ্ৰাম‍ জ্যোতি যোজনাৰ অন্তৰ্গত সেৱা কেন্দ্ৰটোৱে কলিয়াবৰৰ বৃহৎ অঞ্চলটোৰ প্ৰয়োজনীয় বিদ্যুতৰ যোৰা মাৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে ।

মুঠ ২×৫ এম. ভি. এ. ৩৩/১১ কে. ভি. শক্তি ক্ষমতা সম্পন্ন এই উপ-কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল, মুখ্য মহা প্ৰৱন্ধক ধ্ৰুৱজ্যোতি হাজৰিকা, দিপাঙ্কৰ নাথ তথা বিদ্যুত বিভাগৰ উচ্চ-পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।

তাৰোপৰি, সভাত সাধাৰণ গ্ৰাহক আৰু বাণিজ্যিক গ্ৰাহকৰ প্ৰয়োজনীয় বিদ্যুত যোগানৰ সুবিধাৰ কাৰণে বিদ্যুত বিভাগে যাৱতীয় ব্যৱস্থা কৰিব বুলি মন্ত্ৰী তথা বিষয়াবৰ্গই সভাত উপস্থিত ৰাইজক আশ্বাস দিয়ে।

অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এই কাৰ্য্যসূচীক কলিয়াবৰৰ নলতলিবাসী ৰাইজে আদৰণি জনোৱাৰ লগতে  নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰটি কলিয়াবৰৰ নলতলিত স্থাপন কৰাৰ বাবে পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল, ধ্ৰুৱজ্যোতি হাজৰিকা, দিপাঙ্কৰ নাথ তথা বিদ্যুত বিভাগৰ উচ্চ-পদস্থ বিষয়াবৰ্গ আৰু মন্ত্ৰী কেশৱ মহন্তক কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd