• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ মানচিত্ৰত ৩৪ সংখ্যক জিলা হিচাপে আনুষ্ঠানিকভাৱে অন্তৰ্ভূক্ত হ’ল বজালী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 13, 2021 10:52 am

1 min read

অসমৰ মানচিত্ৰত ৩৪ সংখ্যক জিলা হিচাপে আনুষ্ঠানিকভাৱে অন্তৰ্ভূক্ত হ’ল বজালী
269
VIEWS
Share on FacebookShare on Twitter

বজালী মহকুমাক আনুষ্ঠানিকভাৱে নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে।

মঙলবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এই সম্পৰ্কত এখন জাননী প্ৰকাশ কৰে।

বজালীক জিলা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে ই অসমৰ ৩৪ সংখ্যক জিলা হিচাপে পৰিগণিত হয়।

পূৰ্বতে বজালী বৰপেটা জিলাৰ অন্তৰ্ভূক্ত আছিল।

ইয়াৰ পূৰ্বে ২০২০ চনৰ আগষ্ট মাহত অসম চৰকাৰে বজালীক জিলা হিচাপে ঘোষণা কৰাৰ এক নিৰ্দেশ জাৰি কৰিছিল।

ৰাজ্যপালৰ আনুষ্ঠানিক নিৰ্দেশনালৈ সকলোৱে অপেক্ষা কৰি আছিল আৰু ভোগালী বিহুৰ পূৰ্বে ৰাজ্যপালে বজালীক আনুষ্ঠানিকভাৱে অসমৰ ৩৪ সংখ্যক জিলা হিচাপে ঘোষণা কৰে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বজালীক নতুন জিলা হিচাপে ঘোষণা কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে।

সোণোৱালে বজালীৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু বজালীক জিলা হিচাপে ঘোষণা কৰাৰ পাছত জিলাখনৰ বিকাশৰ গতি অধিক তৰন্বিত হ’ব বুলি কয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd