• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন আইন মতে চিকিৎসাৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যু হ’লে দুবছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2023 1:48 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4.2k
VIEWS
Share on FacebookShare on Twitter

চিকিৎসাৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যুৰ গোচৰত ভাৰতত চিকিৎসকসকলে কমেও দুবছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব।

লোকসভাত গৃহীত ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা বিধেয়ক সংশোধনী অনুসৰি,  হত্যাৰ সমান দোষী নহয়, চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হ’লে কাৰাদণ্ড দুবছৰলৈ হ্ৰাস কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘বৰ্তমান চিকিৎসকৰ অৱহেলাৰ বাবে যদি কোনো লোকৰ মৃত্যু হয়, তেন্তে ইয়াকো  হত্যাৰ দোষী বুলি গণ্য কৰা হয়। শাস্তিও বৃদ্ধি কৰা হৈছিল। চিকিৎসকসকলক ইয়াৰ পৰা মুক্ত কৰিবলৈ এতিয়া আনুষ্ঠানিক সংশোধনী অনা হৈছে।’

লগতে পঢ়কঃ পান্নুন হত্যাৰ ষড়যন্ত্ৰত অভিযুক্তক কূটনৈতিক সাহায্য; পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য!

গৃহমন্ত্ৰীয়ে উত্থাপন কৰা ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা বিধেয়কৰ সংশোধনীত এই কথাখিনি যোগ কৰা হৈছে- “…আৰু যদিহে কোনো পঞ্জীয়নভুক্ত চিকিৎসকে চিকিৎসা পদ্ধতি সম্পন্ন কৰাৰ সময়ত এনে কাৰ্য্য ঘটে তেন্তে তেওঁক যিকোনো ইয়াত বৰ্ণিত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হ’ব যিটো দুবছৰলৈকে বৃদ্ধি পাব পাৰে আৰু জৰিমনাও হ’ব পাৰে।”

সংশোধিত ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা বিধেয়ক, ২০২৩ (বিএনএছএছ)ত গাফিলতিৰ বাবে মৃত্যুৰ ক্ষেত্ৰত চিকিৎসকক সম্পূৰ্ণ ৰেহাই দিয়া হোৱা নাই; বৰঞ্চ এনে ক্ষেত্ৰত সৰ্বাধিক দুবছৰৰ কাৰাদণ্ড নিৰ্ধাৰণ কৰা হৈছে, যিটো আন গোচৰৰ শাস্তিতকৈ অলপ কম।

লগতে পঢ়কঃ চেমছনৰ শতক, অৰ্শদীপ-সুন্দৰৰ দুৰ্দান্ত বলিং; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় ভাৰতৰ

আনহাতে, সংহিতাৰ সংশোধিত ধাৰা ১০৬ (১)ত কোৱা হৈছে যে, “যি কোনো ব্যক্তিৰ মৃত্যুৰ কাৰণ গাফিলতি হ’লে হত্যাৰ সমান দোষী নহয়, যদিও পাঁচ বছৰলৈকে কাৰাদণ্ড হ’ব পাৰে আৰু জৰিমনাও ভৰিব লাগিব”। 

Recent News

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd