• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পান্নুন হত্যাৰ ষড়যন্ত্ৰত অভিযুক্তক কূটনৈতিক সাহায্য; পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2023 12:16 pm
খালিস্তানী বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুন। ফটোঃ সংগ্ৰহীত।

খালিস্তানী বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুন। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুন মাহৰ পৰা চেক কাৰাগাৰত বন্দী হৈ থকা এজন ভাৰতীয় বিষয়াৰ নিৰ্দেশত খালিস্তানৰ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত আমেৰিকাই অভিযুক্ত কৰা নিখিল গুপ্তাক কমেও তিনিবাৰকৈ দূতাবাসৰ সাহায্য (কনছুলাৰ এক্সেছ) প্ৰদান কৰা হৈছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, ‘এজন ভাৰতীয় নাগৰিক বৰ্তমান চেক কৰ্তৃপক্ষৰ জিম্মাত আছে। আমি কমেও তিনিবাৰ কনছুলাৰ এক্সেছ লাভ কৰিছো। আমি ব্যক্তিজনক প্ৰয়োজন অনুসৰি প্ৰয়োজনীয় দূতাবাসৰ সহায় আগবঢ়াইছো।”

চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ কাৰাগাৰত বন্দী হৈ থকা নিখিল গুপ্তাৰ ক্ষেত্ৰত ভাৰতক কমেও তিনিবাৰ কনছুলাৰ এক্সেছৰ অনুমতি দিয়া হৈছিল। এই তথ্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অৱগত কৰিছে।

Apply Now

লগতে পঢ়কঃ অধিবক্তাৰ হাতত হেণ্ডকাফ লগাই বিপদত আৰক্ষী :  ৫ লাখ টকাৰ জৰিমনা ভৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ভাৰতীয় বিষয়াৰ নিৰ্দেশত খালিস্তানৰ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা নিখিল গুপ্তাৰ বিৰুদ্ধে আমেৰিকাই অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পিছতে প্ৰাগৰ এটা এয়াৰপৰ্টৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

খালিস্তানৰ বিচ্ছিন্নতাবাদী গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত অভিযুক্ত নিখিল গুপ্তাক কমেও তিনিবাৰকৈ কনছুলাৰ এক্সেছৰ সুবিধা দিয়া হৈছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

দৰাচলতে আমেৰিকাই অভিযোগ কৰিছে যে ভাৰতীয় বিষয়াজনৰ নিৰ্দেশত চেক গণৰাজ্যৰ (ইউৰোপীয় দেশ) কাৰাবন্দী নিখিল গুপ্তাই পান্নুক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিল। কনছুলাৰ এক্সেছৰ অৰ্থ হ’ল যেতিয়া কোনো এখন দেশৰ কোনো ব্যক্তিক আন এখন দেশত কাৰাগাৰত ৰখা হয়, তেতিয়া কনছুলাৰ এক্সেছৰ অধীনত দেশৰ কোনো কূটনীতিবিদ বা বিষয়াক বন্দীজনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া হয়।

লগতে পঢ়কঃ চেক বিশ্ববিদ্যালয়ত বন্দুকধাৰী ছাত্ৰৰ গুলীত নিহত ১৫ জন; ৰাছিয়াৰ সৈতে কি সংযোগ হত্যাকাৰীৰ?

এই সন্দৰ্ভত বাগচিয়ে কয় যে আমি আমেৰিকাই দিয়া তথ্যক গুৰুত্বসহকাৰে লৈছো আৰু বিষয়টোৰ সকলো দিশ চাবলৈ উচ্চ পৰ্যায়ৰ তদন্ত সমিতিও গঠন কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কয় যে এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে আমেৰিকাৰ ইনপুট পৰীক্ষা কৰি আছে।

বৰ্তমান এই সন্দৰ্ভত তদন্ত চলি থকাৰ বাবে এতিয়া এই সন্দৰ্ভত কোনো মন্তব্য কৰাটো উপযুক্ত নহ’ব বুলিও বাগচিয়ে কয়। ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ দৈনিক কাকত ফাইনেন্সিয়েল টাইমছত প্ৰকাশ পাইছিল যে আমেৰিকাৰ মাটিত পান্নুনক হত্যাৰ ষড়যন্ত্ৰ আমেৰিকাই বিফল কৰিছে আৰু এই বিষয়ে ভাৰতক সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd