• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধিবক্তাৰ হাতত হেণ্ডকাফ লগাই বিপদত আৰক্ষী :  ৫ লাখ টকাৰ জৰিমনা ভৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2023 10:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ অসম আৰক্ষীক জৰিমনা ভৰাৰ নিৰ্দেশ প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসম আৰক্ষীয়ে এজন অধিবক্তাৰ অধিকাৰ খৰ্ব কৰাৰ বাবে ৫ লাখ টকাৰ জৰিমনা ভৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। 

দুমাহৰ ভিতৰত অধিবক্তাজনক ক্ষতিপূৰণ দিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Apply Now

এই গোচৰটো ২০১৬ চনত গুৱাহাটীৰ পাণ বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অধিবক্তা আৰু এজন হোমগাৰ্ড জোৱানৰ মাজত সংঘটিত হৈছিল এক বিবাদৰ।

গৃহৰক্ষী মোড ফৈজুল হকৰ গাত হাত দিয়াৰ অভিযোগত অসম আৰক্ষীয়ে অধিবক্তাগৰাকীক গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগাইছিল।

এই গোচৰটো ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত ৰুজু হৈছিল।

কিন্তু হাতত হেণ্ডকাফ লগোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাক উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল অধিবক্তাগৰাকীয়ে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে হেণ্ডকাফ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে।

সুনীল বাতৰা বনাম দিল্লী প্ৰশাসন (১৯৭৮) গোচৰত আদালতে ৰায় দিছিল যে হেণ্ডকাফ ব্যৱহাৰ কৰাটো আৰক্ষীৰ ন্যায্য হ’ব লাগিব আৰু ইয়াক শাস্তি হিচাপে ব্যৱহাৰ কৰা উচিত নহয়।

আদালতে লগতে কয় যে অহিংস অপৰাধ, মহিলা, আৰু নাবালকৰ ক্ষেত্ৰত হেণ্ডকাফৰ ব্যৱহাৰ এৰাই চলিব লাগে।

আদালতে আৰু কয় যে হেণ্ডকাফ ব্যৱহাৰ শেষ উপায় হ’ব লাগে আৰু অতি সোনকালে ইয়াক আঁতৰাই পেলাব লাগে।

উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো ভাৰতত হেণ্ডকাফ লগোৱাৰ প্ৰথা ব্যাপক হৈয়েই আছে।

২০১০ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এক প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশ, বিহাৰ, জম্মু-কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যত হেণ্ডকাফৰ ব্যৱহাৰ প্ৰচলিত।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে আৰক্ষীয়ে প্ৰায়ে শাস্তি হিচাপে হেণ্ডকাফ ব্যৱহাৰ কৰে, আৰু কিছুমান ক্ষেত্ৰত বন্দীসকলক দীৰ্ঘ সময়ৰ বাবে হেণ্ডকাফত ৰখা হয়, যাৰ ফলত শাৰীৰিক আৰু মানসিক আঘাতৰ সৃষ্টি হয়।

এই প্ৰথাই ব্যক্তিৰ মৰ্যাদা আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰে আৰু ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক ক্ষতি হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd