• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভাত গৃহীত গৃহ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক; চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰ পৰা কৰিব নোৱাৰিব এই ৬ টা কাম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 16, 2019 12:57 pm

2 min read

computer-india-559_080117033538

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

2.9k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী কাৰ্য্যালয়ৰ পৰা গুৰুত্বপূৰ্ণ তথ্য চুৰি আদি সক্ৰান্তীয় ঘটনা ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কঠোৰ নীতি তথা গাইড লাইন জাৰি কৰিছে।

গৃহ মন্ত্ৰণালয়ৰ কঠোৰ নিয়মৰ আধাৰত সেয়েহে এতিয়াৰে পৰা তলত উল্লেখ কৰা কাম সমূহ যদিহে আপুনি চৰকাৰী চাকৰিয়াল কৰিব নোৱাৰিব-

১. আপুনি বিভাগীয় অনুমতি অবিহনে চৰকাৰী কাৰ্য্যালয়ৰ পৰা য়ু এচ বি ডিভাইছ (USB device) বাহিৰলৈ লৈ যাব নোৱাৰিব।

২. আপুনি কাৰ্য্যালয়ৰ বিভাগীয় ফোন অথবা কম্পিউটাৰৰ পৰা ফেইচবুক, টুইটাৰ আদি কোনোধৰণৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব।

৩. নতুন নিয়মৰ অধাৰত নিৰ্দিষ্ট প্ৰয়োজনীয় তথ্য সংৰক্ষণৰ ক্ষেত্ৰত গুগোল ড্ৰাইভ, আই-ক্লাউদ আৰু অন্যান্য ক্লাউদ চাৰ্ভিছ সমূহ ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।

৪. এতিয়াৰে পৰা শ্ৰেণীবদ্ধ তথ্যসমূহ ই-মেইলছৰ মাধ্যমেৰে পঠোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

৫. কোনোধৰণৰ চৰকাৰী ই-মেইল ৰাজহুৱা ৱাই-ফাই সংযোগৰ দ্বাৰা খুলিব পৰা নাযাব।

৬. নতুন নীতিৰ আধাৰত সংবেদনশীল তথ্যবোৰ বিভাগীয় অনুমিত থকা ৰিমোভেবল মিডিয়া ষ্টোৰেজতহে থব পাৰিব।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি বিধেয়ক উত্থাপন কৰি এনেধৰণৰ স্পৰ্শকাতৰ বিষয়সমূহ উল্লেখ কৰে।

আনহাতে, নতুন নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি বিধেয়কখনৰ বিপৰীতে মাত্ৰ ছয়টা বিৰোধী ভোট পৰে আৰু ই সফল ভাৱে লোকসভাত গৃহীত হয়।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd